অসম জীয়ৰী সুৰঞ্জনা দত্ত এছবিআইৰ নতুন মুখ্য মহাপ্রবন্ধক
বিশেষ বাৰ্তা, ১৪ জুনঃ অসমৰ জীয়ৰী সুৰঞ্জনা দত্ত ভাৰতীয় ষ্টেট বেংক (এছবিআই)ৰ নতুন মুখ্য মহাপ্রবন্ধক (চিজিএম) হিচাপে নিযুক্তি দিয়া হৈছে৷ চিজিএম হিচাপে দায়িত্ব গ্রহণ কৰা সুৰঞ্জনা দত্ত হৈছে অসমৰ প্রথমগৰাকী বেংক বিষয়া৷ ইয়াৰ পূর্বে সুৰঞ্জনা দত্তই…