নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষকৰ ৰূপত বৰপেটাৰ উপায়ুক্ত : ভেল্লাত পাঠদানেৰে শিক্ষাৰ্থীৰে মত বিনিময়

নিয়মীয়া বাৰ্তা, ১৩ জুন : বৰপেটা জিলা উপায়ুক্ত আয়ুষ গৰ্গে আজি ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি উচ্চতৰ মাধ্যমিক শাখাৰ দ্বাদশ শ্ৰেণীৰ ৰসায়ন বিজ্ঞান আৰু ইংৰাজীৰ পাঠদান কৰি ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। ইয়াৰ উপৰি…

অনুৰাগ গোৱেল ৰাজ্যৰ নতুন মুখ্য নির্বাচনী বিষয়া

বিশেষ বাৰ্তা, ১৩ জুনঃ ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া অনুৰাগ গোৱেলক ৰাজ্যৰ নতুন মুখ্য নির্বাচনী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে৷ ভাৰতীয় নির্বাচন আয়োগৰ অনুমোদন মর্মে ৰাজ্য চৰকাৰে গোৱেলক এই পদত নিযুক্তি দিয়ে৷ পূর্বে ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া…

অসম আৰক্ষীৰ স্মাৰ্ট বেহু ফালি গাড়ীৰ পৰা স্মাৰ্ট জাঁপ সোণাৰি চাপৰিৰ প্ৰদীপৰ

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ অসম আৰক্ষীৰ ফোঁপোলা স্বৰূপ উদঙাই আজি বিয়লি ঘিলামৰা আৰক্ষীৰ গাড়ীৰ পৰাই এজন ড্ৰাগছ সেৱনকাৰী পলাবলৈ সক্ষম হোৱা ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া ৷ যি সময়ত লখিমপুৰ জিলাৰ নৱ-নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই লখিমপুৰ জিলাৰ…

কামৰূপত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পৰিপূৰ্ণতা অভিযানৰ আৰম্ভণি

বিশেষ বাৰ্তা, ১৩ জুনঃ কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত তথা জিলা কৃষি বিভাগৰ সহযোগত ১২ তাৰিখৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজন হৈছে “প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পৰিপূৰ্ণতা অভিযান”। আজি পুৱাও ১০ বজাৰ পৰা জিলাখনৰ সোণতলি কৃষি চক্ৰৰ অন্তৰ্গত…

দেশৰ ২৮ মহানগৰৰ ভিতৰত গুৱাহাটীতে সামগ্ৰীৰ মূল্য বহুত কম : পাঠশালাত ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈ সমগ্ৰ ৰাজ্যতে বিজেপিয়ে জন সম্পৰ্ক অভিযান চলাই আহিছে। ইয়াৰ লগত সংগতি ৰাখি আজি বিজেপিৰ বজালী জিলা সমিতিৰ উদ্যোগত পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগনত প্ৰচণ্ড গৰমক নেওচি বিজেপিৰ বজালী জিলা সমিতিয়ে…

ডিব্ৰুগড়ত জাহ গল ব্ৰহ্মপুত্ৰৰ মথাউৰি : বিধায়ক প্ৰশান্ত ফুকনৰ পৰিদৰ্শন

বিশেষ বাৰ্তা, ১৩ জুনঃ ডিব্ৰুগড়ত জাহ গল, ব্ৰহ্মপুত্ৰৰ মথাউৰি ২০ মিটাৰ ভূমি! আতংকিত জনগণ। ডিব্ৰুগড়ত পুনৰ কালৰূপ ধাৰণ কৰিছে মহাবাহু বহ্মপুত্ৰই।চহৰৰ গাতে লাগি থকা মথাউৰিৰ পাৰত পুনৰ হোৱা গড়াখহনীয়াই আতংকিত কৰি তুলিছে ডিব্ৰুগড়বাসীক।এইবাৰ চহৰৰ…

ক’লা বজাৰত বিক্ৰীত ব্যৰ্থ : দুৰ্নীতি ঢাকিবলৈ ডিব্ৰুগড়ত পুখুৰীত পেলালে পিডিএছৰ চাউল

বিশেষ বাৰ্তা, ১৩ জুনঃ দৰিদ্ৰৰ ভোক নিবাৰণৰ বাবে অহা শ-শ কুইণ্টল চৰকাৰী চাউল পেলাই দিয়া হল পুখুৰীত। আজি এনে দৃশ্য দেখি সকলোৰে চকু কপালত উঠিছে।ডিব্ৰুগড়ৰ জকাই শৰাইঘাটত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল পুখুৰীত উদ্ধাৰ হোৱাক লৈ ব্যাপক চাঞ্চল্যৰ…

ৰঙাপৰাৰ বালিগাঁও মিৰি গাঁৱত আয়ুষ্মান কাৰ্ড বিতৰণ

নিয়মীয়া বাৰ্তা, ১৩ জুন : শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ চিলনী গাঁও পঞ্চায়তৰ অন্তৰ্গত বালিগাঁও মিৰি গাঁৱৰ নামঘৰত আজি বালিপৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আয়ুষ্মান কাৰ্ড বিতৰণ বিষয়ক এখন স্বাস্থ্য মেলা অনুষ্ঠিত কৰা হয়। অনুষ্ঠান শুভাৰম্ভ…

ওড়িশাত টাটা ষ্টীল প্লাণ্টত দুৰ্ঘটনা, ১৯ জন লোক আহত

বিশেষ বাৰ্তা, ১৩ জুনঃ ওড়িশাৰ ধেংকনাল জিলাৰ মেৰামাণ্ডলীৰ টাটা ষ্টীল প্লাণ্টত সংঘটিত এটা দুৰ্ঘটনাত কমেও ১৯জন লোক আহত হয়। খবৰ অনুসৰি, ভাপ পাইপ ফাটি যোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। সূত্ৰ অনুসৰি, এই দুৰ্ঘটনাৰ ফলত ব্লাষ্ট ফাৰ্নেচ পৰ্যবেক্ষণ…

ঐতিহাসিক ভ্ৰমণৰ বাবে আমেৰিকালৈ প্ৰধানমন্ত্ৰী মোদী

বিশেষ বাৰ্তা, ১৩ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুনৰ পৰা ২৪ জুনলৈ আমেৰিকা ভ্ৰমণলৈ যাব যদিও এইবাৰ তেওঁৰ ভ্ৰমণ পূৰ্বৰ ভ্ৰমণতকৈ অধিক ঐতিহাসিক হ’বলৈ গৈ আছে। এই ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ সংসদৰ যৌথ অধিৱেশনত ভাষণ দিব আৰু তেওঁ…