অজগৰৰ আতংক ! সোণাৰিত গৃহস্থই সাপ বিচাৰি খান্দিলে সম্পূৰ্ণ বাসগৃহ
বিশেষ বাৰ্তা, ১৪ জুন : সোণাৰি নগৰৰ ৮নং ৱাৰ্ড গেছ গুদাম অঞ্চলত অজগৰৰ আতংকই বিৰাজ কৰিছে। যোৱানিশা অঞ্চলটোৰ নিবাসী শান্ত গনকৰ বাসগৃহত এডাল প্ৰকাণ্ড অজগৰ পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে। এনেতে ঘৰৰ গৃহস্থই প্ৰকাণ্ড অজগৰ দেখি আতংকিত হৈ নিশা নিজ…