নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত দ্রুতগতিত হ্রাস বিবাহ

বিশেষ বাৰ্তা, ১৩ জুনঃ বিশ্বৰ সর্বাধিক জনসংখ্যাৰ দেশৰ স্বীকৃতি হেৰুওৱাৰ অন্যতম কাৰণ হিচাপে চীনৰ দ্রুতগতিত বিবাহ হ্রাস পোৱা বুলি চর্চিত হৈছে ৷ ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত ২০২১ চনৰ তুলনাত ২০২২ চনত চীনত বিবাহ হ্রাস পাইছে৷ চীনৰ অসামৰিক পৰিক্রমা…

ধনকুবেৰ এলন মাস্কৰ সংস্থাত ১৪ বছৰীয়া প্রযুক্তিবিদ নিয়োগ 

বিশেষ বাৰ্তা, ১৩ জুনঃ ধনকুবেৰ এলন মাস্কৰ সংস্থা স্পেচ এক্সত নিযুক্তি দিয়া হৈছিল ১৪ বছৰ বয়সীয়া এজন প্রযুক্তিবিদক৷ নাম কাইৰান কাজী৷ মাস্কৰ সংস্থাৰ অত্যন্ত জটিল সাক্ষাৎকাৰ পৰীক্ষাত উত্তীর্ণ হয় কাজী৷ শীঘ্রে সংস্থাৰ হৈ কাম আৰম্ভ কৰিব এই কনিষ্ঠতম…

কাছাৰৰ বেঠুকান্দিত নিৰ্মীয়মাণ মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

বিশেষ বাৰ্তা, ১৩ জুন: মন্ত্ৰী পীয়ূষ হাজৰিকাই কাছাৰ জিলাৰ বেঠুকান্দিত উপস্থিত হৈ বৰাক নদীৰ পাৰত নিৰ্মীয়মাণ মথাউৰি আৰু এখন শ্লুইচ গেট পৰিদৰ্শন কৰে। শেহতীয়াকৈ বেঠুকান্দিত জলসিঞ্চন বিভাগৰ অধীনত থকা এখন শ্লুইচ গেট জলসম্পদ বিভাগে সম্পূৰ্ণ কৰি…

শৈক্ষিক সংস্কাৰৰ প্রয়োজন

স্বাধীনতাৰ অমৃত মহোৎসৱত দেশজুৰি শিক্ষা ব্যৱস্থাক সংস্কাৰ সাধনৰ পদক্ষেপ গ্রহণ কৰা হৈছে ৷ দেশৰ পাঁচ হাজাৰ বছৰীয়া ঐতিহ্য আৰু একবিংশ শতিকাৰ প্রতিযোগিতামুখী বিশ্বৰ শিক্ষা ব্যৱস্থাৰ স’তে সামঞ্জস্য ৰাখি প্রস্তুত কৰা নতুন শিক্ষানীতি–২০২০ৰ আধাৰত…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৩ জুন, জেঠ মাহৰ ২৯ তাৰিখ মঙলবাৰঃ তিথি–কৃষ্ণা দশমী, নক্ষত্রঃ ৰেৱতী, যাত্রাঃ নাই মেষঃ যুক্তিসংগত কথাৰ বাবে আপুনি কিছু কষ্ট অনুভৱ কৰিব ৷ কোনো কথাৰ পৰিৱেশত অনাহক চিন্তিত হ’ব পাৰে ৷ ঘৰুৱাত বাধা কম ৷ হঠাৎ ব্যস্ততা বৃদ্ধি ৷ শুভ ৰং বগা, শুভ…

ম্যাদ ওকলা ঔষধেৰে শিৱসাগৰত ৰোগীৰ জীৱনক লৈ এপল ফাৰ্মাচীৰ হেতালি

নিয়মীয়া বাৰ্তা, ১২ জুনঃ তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অএন জিচিয়ে থলুৱা ঔষধ ব্যৱসায়ীক নিগমৰ ব্যৱসায়ীক ক্ষেত্ৰ খনৰ পৰা উৎখাত কৰি এপলৰ দৰে বৰ্হিৰাগত পূজিপতি গোষ্ঠীক সমগ্ৰ ঔষধ বিতৰণৰ ঠিকা অৰ্পণ কৰাৰ ভয়ংকৰ পৰিণতিৰ বলি হব লগা হৈছে নিগমৰ বিষয়া…

আগষ্টত অসম বিধানসভাৰ নতুন ভৱন উদ্বোধনৰ সম্ভাৱনা!

বিশেষ বাৰ্তা, ১২ জুনঃ সকলো ঠিকেঠাকে থাকিলে চলিত বর্ষৰ আগষ্ট মাহত আনুষ্ঠানিকভাৱে মুকলি হ’ব অসমৰ নতুন বিধানসভা ভৱন৷ এই কথা জনাইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে মুখ্যমন্ত্রী ড০ শর্মাই কালি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী…

ডিটিঅৰে বৈঠকত যান–বাহন আইন কঠোৰভাৱে বলৱতৰ নির্দেশ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ১২ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৌৰহিত্যত আজি জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ কার্যালয় সভাগৃহত জিলা পৰিবহণ বিষয়াসকলৰ লগত এক পর্যালোচনা বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত পৰিবহণ বিভাগৰ দ্বাৰা জনসাধাৰণলৈ আগবঢ়োৱা শাৰীৰিক…