নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিজ্ঞান সমিতিৰ বকো শাখাৰ বিশ্ব পৰিৱেশ দিৱস

নিয়মীয়া বাৰ্তা, ২ জুনঃ সমগ্ৰ বিশ্বতে অহা ৫ জুনত পালন কৰিব বিশ্ব পৰিবেশ দিৱস। সেয়ে অসম বিজ্ঞান সমিতিৰ বকো শাখাৰ উদ্যোগত ৩ জুনৰ পৰা ৫ জুনলৈ তিনিদিনীয়াকৈ বিস্তৃত কাৰ্য্যসূচীৰে পালন কৰিবলৈ থিৰাং কৰিছে বিশ্ব পৰিৱেশ দিৱস। উল্লেখ্য যে অসম…

ছমৰীয়াত “ৰংমন”ৰ প্ৰধান শিক্ষক কিশোৰ কলিতাক বিদায় সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২ জুনঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ মানৱ সম্পদ গঢ়া কমাৰশালা ৪০ নং ছমৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কিশোৰ কলিতাক বুধবাৰে জনোৱা হয় বিদায় সম্বৰ্ধনা। ১৯৯৬ চনৰ ১৮ এপ্ৰিলত ঠিকাভিত্তিক শিক্ষক হিচাপে…

লুইত কোঁৱৰ ৰুদ্র বৰুৱাৰ সহধর্মিণী অভিনেত্রী আৰতি বৰুৱাৰ দেহাৱসান

নিয়মীয়া বার্তা, 2 জুনঃ নগাঁও জিলাৰ পুৰণিগুদাম ভীমৰ গাঁৱৰ বাসিন্দা গীতিকাৰ, সুৰকাৰ, গায়ক তথা অসম সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্রাপ্ত সঞ্চালক লুইত কোঁৱৰ প্রয়াত ৰুদ্র বৰুৱাৰ পত্নী আৰতি বৰুৱা (৮৭)ৰ গুৱাহাটীৰ এখন চিকিৎসালয়ত বিয়োগ ঘটে৷ কেইবছৰমান…

২২ বছৰে ক’মাত থকা মহিলা চানাৰ মৃত্যু

🔷 আহত হৈছিল জেৰুজালেমৰ বিস্ফোৰণত বিশেষ বাৰ্তা, ২ জুনঃ ২২ বছৰ পূর্বে জেৰুজালেমৰ এখন পিজ্জা ৰেষ্টুৰেণ্টত পেলেষ্টাইনী আত্মঘাতী বোমাৰুৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈ ক’মা অৱস্থাত ২২ বছৰ থকা মার্কিন–ইজৰাইলী মহিলা চানা নাচেনবার্গৰ দেহাৱসান ঘটিছে৷…

কিম জং–উনৰ ১৪০

🔷 দক্ষিণ কোৰিয়াৰ চাঞ্চল্যকৰ দাবী বিশেষ বাৰ্তা, ২ জুনঃ উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনৰ ওজন বর্তমান ১৪০ কিলোগ্রাম। এই তথ্য প্রকাশ কৰিছে দক্ষিণ কোৰিয়াৰ সেনাই৷ দক্ষিণ কোৰিয়াই দাবী কৰা অনুসৰি কৃত্রিম মেধা অর্থাৎ এআয়ে এই তথ্য বিচাৰ কৰি…

হাজোৰ ডাক বিভাগৰ জিয়াউল হকৰ সম্পত্তিৰ পাহাৰ

🔴 ২০০ বিঘা মাটি ক্রয়–প্রাসাদোপম অট্টালিকা নির্মাণ তৃতীয়বর্গৰ কর্মচাৰীৰ 🔴 ২০২১ চনত দালালবিৰোধী অভিযানত গ্ৰেপ্তাৰ হৈ গৈছিল জে’ললৈ 🔴 চিএম ভিজিলেঞ্চক অভিযোগ–জেৰা বিশেষ বাৰ্তা, ২ জুনঃ জীৱিকা ডাক বিভাগৰ তৃতীয়বর্গৰ এজন সাধাৰণ কর্মচাৰী৷ কিন্তু…

বাকচত উদ্ধাৰ মহিলাৰ মৃতদেহ

🔴 মহানগৰীৰ লালুং গাঁৱত ভয়ংকৰ কাণ্ড বিশেষ বাৰ্তা, ২ জুনঃ কালিকা লগা ঠাইত পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ আৰক্ষীৰ গিজগিজিয়া নিৰাপত্তাৰ পাছতো মহানগৰীত ইটোৰ পাছত সিটোকৈ সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড৷ গড়চুকৰ অন্তর্গত লালুং গাঁৱৰ এটা ভাৰাঘৰত ট্রাংকত…

চৰকাৰী ভূমি বেদখলৰ বিৰুদ্ধে কঠোৰ হাইক’ৰ্ট

🔷 প্রয়োজনীয় অধিসূচনা জাৰি কৰাৰ নির্দেশ মুখ্য ন্যায়াধীশ নেতৃত্বাধীন বিচাৰপীঠৰ 🔷 ৰাজ্য চৰকাৰৰ হৈ তিনি সপ্তাহৰ সময় বিচাৰিলে মহাধিবক্তাইঃ ১৬ জুনত পৰৱর্তী শুনানি বিশেষ বাৰ্তা, ২ জুনঃ ৰাজ্যৰ চৰকাৰী ভূমিত হোৱা অবাধ বেদখলক লৈ উদ্বিগ্ন হৈ পৰিছে…

সন্ত্ৰাসবাদ আন্তঃৰাষ্ট্ৰীয় শান্তি-নিৰাপত্তাৰ বাবে ভাবুকি : ব্ৰিকছ সন্মিলনত জয়শংকৰ

বিশেষ বাৰ্তা, ২ জুন : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সন্ত্ৰাসবাদক আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ বাবে এক ডাঙৰ ভাবুকি বুলি অভিহিত কৰে। তেওঁ কালি কয় যে সকলো দেশেই সন্ত্ৰাসবাদৰ ধন আৰু অপপ্ৰচাৰকে ধৰি বহু ভাবুকিৰ বিৰুদ্ধে কঠোৰ…

বিবাহ বিচ্ছেদৰ হাৰ

নাৰী–পুৰুষৰ পৱিত্র বৈবাহিক বান্ধোন ভাঙোন হ’লে বিবাহ বিচ্ছেদ৷ বিশ্বজুৰি প্রতিটো প্রান্ততে সামাজিক নিয়ন্ত্রণৰ ক্ষেত্রত গুৰুত্বপূর্ণ হিচাপে বিবেচিত বৈবাহিক বান্ধোন বর্তাই ৰখাৰ ওপৰত গুৰুত্ব দিয়া হয় যদিও এই বৈবাহিক সম্পর্ক বিচ্ছেদৰ বাবে আইনী…