নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৫০ শতাংশ লোকৰ ঘৰলৈ জল জীৱন মিছনৰ পানী সংযোগ : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

বিশেষ বাৰ্তা, ১ জুনঃ ৰাজ্যত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে সকলো বিভাগত ৰাইজৰ হিত সাধনৰ বাবে কাম কৰি আহিছে। অলপতে প্ৰায় ৪৭০০০ চাকৰিপ্ৰাৰ্থীক নিযুক্তি দিয়াৰ পৰ্ব অন্ত পৰা পিছত আন এটা ভাল খবৰ আহিছে। সেই অনুসৰি জল জীৱনৰ মিছৰ অধীনত প্ৰায়…

গুৱাহাটী-শিলচৰ ‘ফ্লাইবিগ’ৰ বিমান সেৱাৰ ফ্লেগ অফ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

বিশেষ বাৰ্তা, ১ জুনঃ ৰাজ্যৰ দূৰণিবটীয়া ঠাইৰ মাজত যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰিবলৈ 'অসম পর্যটন উন্নয়ন নিগম' আৰু 'ফ্লাইবিগ'ৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তি মর্মে আজি গুৱাহাটী- শিলচৰ-গুৱাহাটীৰ মাজত 'ফ্লাইবিগ'ৰ বিমান সেৱাৰ 'ফ্লেগ অফ'…

জয়পুৰত সেনাৰ ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১ জুনঃ ডিব্ৰুগড় জিলাৰ জয়পুৰস্থিত সেনা শিবিৰৰ উদ্যোগত বেটেলিয়নটোৰ সোণাৰিস্থিত শিবিৰৰ তৰফৰ পৰা আজি এক স্বাস্থ্য পৰীক্ষাৰ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হয়। 'মোবাইল মেডিক অন ফুট কেম্প' নামেৰে আজি পুৱা সেনা বাহিনীৰ চিকিৎসকৰ দল…

বকোৰ আমিজানে লাভ কৰিলে দহ লাখ টকাৰ অফাৰ

🔷 "ব্লেক টাইগাৰ চিমেন্ট"ৰ টাইগাৰ দচ কা দম টু নিয়মীয়া বাৰ্তা, ১ জুনঃ "কপালৰ নামেই গোপাল" কথাষাৰৰ প্ৰকৃত সত্যতা প্ৰমাণ কৰিছে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বালিঝাৰৰ আমিজান বিবিয়ে । প্ৰাপ্ত খবৰ অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ…

অসমৰ নদী প্রদূষণৰ ভয়াৱহতা

মানুহ আৰু পৰিৱেশৰ মাজত এক পাৰস্পৰিক সম্পর্ক আছে৷ মানুহৰ উন্নয়নমুখী কার্যৰ পটভূমিত সম্পর্কৰ বিকাশ পূর্বৰ তুলনাত অধিক বৃদ্ধি পালে যদিও কেতবোৰ ধ্বংসাত্মক উন্নয়নমুখী কার্যকলাপৰ বাবে পৰিৱেশৰ অৱক্ষয়ও সমান্তৰালভাৱে বৃদ্ধি পাই আহিছে৷ উল্লেখ্য যে…

দক্ষিণ এছীয় চুটি ছবি মহোৎসৱলৈ ‘লাচিত–দ্য ৱাৰিয়ৰ’

🔷 আৰক্ষী বিষয়া পার্থসাৰথি মহন্ত পৰিচালিত তথ্যচিত্র বিশেষ বাৰ্তা, ১ জুনঃ অসমীয়া ছবিৰ সুদিন ঘূৰি অহাৰ এই সোণোৱালী সময়ত দেশে–বিদেশে প্রশংসিত আৰু চর্চিত হৈছে বহুকেইখন অসমীয়া চুটি ছবি আৰু তথ্যচিত্র ৷ এজন সুদক্ষ আৰক্ষী বিষয়া পার্থসাৰথি মহন্ত…

কীটনাশকযুক্ত পাচলিৰ বিৰুদ্ধে চলিব অভিযান

🔹 গুৱাহাটী হাইক’ৰ্টত ৰাজ্য চৰকাৰৰ শপতনামা 🔹 ৰাজ্যজুৰি চবজি বজাৰত ৫ জুনৰ পৰা নামিব অভিযানকাৰী দল বিশেষ বাৰ্তা, ১ জুনঃ ফর্মেলিনযুক্ত মাছৰ পিছত এইবাৰ পাচলিত কীটনাশক ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ হ’ব ৰাজ্য চৰকাৰ ৷ ৫ জুনৰ পৰা ৰাজ্যজুৰি মানৱ শৰীৰৰ…

পুৱাই তিনিচুকীয়াত এএছটিচি বাছ আস্থানত অগ্নিকাণ্ড

বিশেষ বাৰ্তা, ১ জুনঃ আজি পুৱা প্ৰায় ৭ বজাত তিনিচুকীয়াৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানত এখন বাছত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়, তাকে লৈ বাছ আস্থানৰ চৌপাশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ অগ্নিকাণ্ড সংঘটিত হোৱা শীততাপ নিয়ন্ত্ৰিত ডে ছুপাৰ…

ইংলেণ্ডত ২২ গজত ব্যস্ত টীম ইণ্ডিয়া

🔷 ৭ জুনৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল বিশেষ বাৰ্তা, ১ জুনঃ ইংলেণ্ডৰ দ্য অ’ভেলত ৭ জুনৰ পৰা অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচ ৷ অষ্ট্রেলিয়াৰ বিপক্ষে খেলিবলগীয়া ঐতিহাসিক মেচখনলৈ মাজতে মাথোঁ কেইটামান দিন বাকী থকা…

আমি স্বাধীনতা লাভ কৰিলোঁ যদিও সম্পূর্ণ স্বাধীন হ’ব পৰা নাইঃ দিগন্ত বিশ্ব শর্মা

🔷 হোজাই গার্লছ কলেজত স্বামী বিবেকানন্দৰ বিদেশ যাত্রা আৰু ভাৰতত তাৰ প্রভাৱ শীর্ষক বক্তৃতানুষ্ঠান নিয়মীয়া বার্তা, ১ জুনঃ ভাৰত এখন আধ্যাত্মিক দেশ ৷ এই দেশত আধ্যাত্মিকতাৰ বাহিৰে আন একোৰে স্থান নাই ৷ আমি এতিয়াও ইউৰোপিয়ান সংস্কৃতি মতে জীৱন ধাৰণ…