নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছিত পৰিৱেশৰ বাবে জীৱন শৈলী সজাগতা অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২জুনঃ বজালীৰ আগশাৰীৰ শিক্ষানুষ্ঠান পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি বিদ্যালয়খনৰ লগতে শিক্ষানুষ্ঠানৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ সহযোগত তথা উত্তৰ কামৰূপ বন সংমণ্ডল ৰঙিয়া আৰু সামাজিক বনানীকৰণ…

মণিপুৰৰ হিংসাৰ পিছত অমিত শ্বাহৰ আবেদনৰ প্ৰতি সঁহাৰিঃ উগ্ৰপন্থী সদস্যৰ অস্ত্ৰ সমৰ্পন

নিয়মীয়া বাৰ্তা, ৬ মে: যোৱা মাহত মণিপুৰত আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতি যেন ক্ৰমান্বয়ে হ্ৰাস পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক আবেদনৰ অন্তত মণিপুৰৰ বিভিন্ন স্থানৰ পৰা ৰাইজে ১৪০টা অস্ত্ৰ-শস্ত্ৰ সমৰ্পন কৰিছে। উল্লেখ্য যে মণিপুৰ…

ধোনীৰ হাতত ভাগৱত গীতা

বিশেষ বাৰ্তা, ২ জুনঃ ধোনীৰ হাতত ভাগৱত গীতা ৷ মুহূর্ততে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই ছবি ৷ সোমবাৰে পঞ্চমবাৰৰ বাবে আইপিএলৰ খিতাপ জয় কৰাৰ পিছত ১ জুনত  চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনীয়ে মুম্বাইৰ কোকিলাবেন হাস্পতালৰ পৰা ওলাই…

ধূপধৰা আৰক্ষীৰ জালত পলাতক গৰু ব্যৱসায়ী

নিয়মীয়া বাৰ্তা, ২ জুনঃ গোৱালপাৰা জিলাত একাংশ অসাধু চক্ৰই অসমৰ পৰা মেঘালয়লৈ অবৈধভাৱে গৰু সৰবৰাহ কৰি আহিছে। সমান্তৰালভাৱে এনে দুষ্কাৰ্য ৰোধ কৰাৰ বাবে গোৱালপাৰা আৰক্ষী প্ৰশাসনেও তৎপৰ হৈ বিভিন্ন সময়ত তেনে সৰবৰাহকাৰী তথা ব্যৱসায়ীক গ্ৰেপ্তাৰ…

হংকঙলৈ অসম-জীয়ৰী উমা চেত্ৰী

🏏 ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ বিশেষ বাৰ্তা, ২ জুনঃ অসমজীয়ৰী উমা চেত্ৰীয়ে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে। ১৩ জুনত হংকঙত অনুষ্ঠিত হ’বলগীয়া এচিচি এমাৰ্জিং মহিলা এছিয়া কাপ ২০২৩ৰ বাবে গঠিত ভাৰতীয় মহিলা ক্ৰিকেট দলটোত স্থান লাভ…

নাৰায়ণপুৰত ডিভাইডাৰত প্ৰচণ্ড খুন্দা  স্কৰপিঅ’ৰ

নিয়মীয়া বাৰ্তা, ২ জুন : লখিমপুৰৰ নাৰায়ণপুৰ নগৰৰ মাজমজিয়াৰ ডিভাইডাৰটো এতিয়া হৈ পৰিছে দুৰ্ঘটনাৰ কেন্দ্ৰবিন্দু। সচেতন ৰাইজৰ মতে কোনোধৰণৰ সুপৰিকল্পনা নোহোৱাকৈ পৰিৱৰ্তন আনিবলৈ গৈ মৃত্যুদূতক নিমন্ত্ৰণ জনোৱা হ'ল নাৰায়ণপুৰলৈ ৷ ৰাষ্ট্ৰীয় ঘাইপথত…

ভাৰতীয় মূলৰ অজয় ​​বাংগা বিশ্ব বেংকৰ সভাপতি

বিশেষ বাৰ্তা, ২ জুনঃ ভাৰতীয় মূলৰ আমেৰিকান নাগৰিক অজয় ​​বাংগাই আজি ৫ বছৰৰ বাবে বিশ্ব বেংকৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব। অৱশ্যে ৩ মে’ত বিশ্ব বেংকৰ কাৰ্যবাহী সঞ্চালকসকলে বাংগাক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পূৰ্বে অজয় ​​বংগাই…

খেয়ালী প্ৰকৃৃতিঃ তিতাবৰত বতাহ-ধুমুহাত তচনচ নগৰ-গাঁও

নিয়মীয়া বাৰ্তা, ২ জুনঃ প্ৰচণ্ড গৰমে ৰাজ্যবাসীক দহি ৰখাৰ সময়তে আজি দিনৰ ভাগত হঠাৎ অহা এজাক বৰষুণ-বতাহে গৰমৰ পৰা সকাহ দিয়াৰ বিপৰীতে তচনচ কৰি যায় সমগ্র তিতাবৰ। তিতাবৰ নগৰৰ উপৰি দাংধৰা, মাধপুৰ, বেঙেনাখোৱা, বিৰিনাহায়েক, তাঁতীগাঁও, ফালেঙীচুক,…

বকোৰ শিংৰা হাইস্কুলত “সাধু কোৱা” কৰ্মশালা

নিয়মীয়া বাৰ্তা, ২ জুনঃ "সাধু কথা কোৱা "বিষয়ৰ ওপৰত এক বিশেষ কৰ্মশালা কামৰূপ জিলাৰ বকোৰ শিংৰা হাইস্কুলত অনুষ্ঠিত হয়। আজি বকো শিক্ষাখণ্ডৰ অন্তৰ্গত শিংৰা হাইস্কুলৰ " উদ্ভাৱনী আৰু সামুহিক শিক্ষণ কেন্দ্ৰত " আয়োজন কৰা হয় সাধু কথা কোৱা এক…

ডিগবৈ গোলাই গাঁও পঞ্চায়তৰ সভানেত্ৰীক অপসাৰণ, ভাৰপ্ৰাপ্ত সভানেত্ৰী কৰবী সোণোৱাল

নিয়মীয়া বাৰ্তা, ২জুনঃ পঞ্চায়তীৰাজৰ কাৰ্যকাল অন্ত পৰিবলৈ চাৰিমাহৰ প্ৰাকমূহুৰ্তত ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত গোলাই গাওঁ পঞ্চায়তৰ সভানেত্ৰী জোনমণি কছাৰীক আজি অপসাৰণ কৰাৰ খবৰ অঞ্চলজুৰি চৰ্চাৰ বিষয় হৈ পৰা দেখা গৈছে। ডিগবৈ বিধানসভা সমষ্টিৰ…