নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওড়িশাৰ বালাচোৰত ভয়াৱহ ৰে’ল দুৰ্ঘটনা; ৩ শতাধিকৰ প্ৰাণহানি

 নিয়মীয়া বাৰ্তা, ৩ জুন :  ওড়িশাৰ বালাচোৰত কালি নিশা সংঘটিত ভয়াৱহ ৰে'ল দুৰ্ঘটনাত সমগ্ৰ দেশবাসী শোকত ম্ৰিয়মাণ হৈ পৰিছে। দুৰ্ঘটনাটোত তিনি শতাধিক ৰে'লযাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে ৯ শতাধিক আহত হয়। কেন্দ্ৰীয় ৰে'লমন্ত্ৰীয়ে নিহতৰ পৰিয়াললৈ ১০ লাখ,…

বকোত ৰঞ্জিত ভট্টচাৰ্য্যৰ লগতে কৃষক মৰ্চাৰ এক সজাতি দলৰ কৃষিভূমি পৰিদৰ্শন

নিয়মীয়া বাৰ্তা, ৬ মে: আজি বিজেপি ৰাজ্যিক কৃষকমৰ্চাৰ এক সজাতিদলে দক্ষিণ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজাপাৰা অঞ্চলত এখন কৃষক সভাত অংশগ্ৰহণ কৰাৰ লগতে কৃষি ভূমি পৰিদৰ্শন কৰে । স্থানীয় যুৱকসকলে অধিক মাত্ৰাত ব্যৱসায়িক ভিওিত জৈৱিক…

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপঃ ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেল খেল ড্ৰ’ত হ’লে কোনটো দলক বিজয়ী বুলি…

নিয়মীয়া বাৰ্তা, ৬ মে: বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলখন ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব। অহা ৭ জুনৰ পৰা অ’ভেলৰ খেলপথাৰত দুয়োটা দলৰ মুখামুখি হ’ব যদিও ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা বিশ্ব টেষ্ট…

SCERT কেলেংকাৰীত জড়িত পূজামণি দাসৰ ঘৰত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান 

নিয়মীয়া বাৰ্তা, ২ জুনঃ অসম ৰাজ্যিক শিক্ষা আৰু গৱেষণা প্ৰশিক্ষণ প্ৰতিষ্ঠান , চমুকৈ এছ চি ই আৰ টি ৰ ১০৫ কোটি টকীয়া বিয়াগোম  কেলেংকাৰিৰ বুজন পৰিমাণৰ ধন লৈ মুখ্য মন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক কোষৰ হাতত গ্ৰেপ্তাৰ হোৱা ওৱেৱ পৰ্টেলৰ…

ৰয়েল এনফিল্ডক প্ৰত্যাহ্বান জনাবলৈ বজাৰলৈ আহি আছে হিৰোৰ নতুন বাইক

নিয়মীয়া বাৰ্তা, ৬ মে: মিডৱেট মটৰ চাইকেল ছেগমেণ্টত ৰয়েল এনফিল্ডে আধিপত্য বিস্তাৰ কৰিছে। কোম্পানীটোৱে যোৱা বছৰ বিশ্বজুৰি বছৰি ২০ লাখ ইউনিট বিক্ৰী কৰিছে। য’ত কোম্পানীটোৱে বিদেশত এই ছেগমেণ্টৰ ১০ শতাংশ বজাৰ অংশীদাৰিত্ব লাভ কৰাৰ বিপৰীতে ভাৰতত…

ওড়িশাৰ বালাচোৰত ৰেল দুৰ্ঘটনা, দুৰ্ঘটনাগ্ৰস্ত ক’ৰমণ্ডল ৰে’ল, আহত বহু যাত্ৰী

নিয়মীয়া বাৰ্তা, ৬ মে: বালাচোৰ জিলাৰ বাহানাগা ৰেলৱে ষ্টেচনৰ সমীপত ৰেলপথৰ পৰা আঁতৰি যোৱাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয় ক’ৰমণ্ডল এক্সপ্ৰেছ ৰে’লখন। এই দুৰ্ঘটনাত বহু যাত্ৰী আহত হৈছে। অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে স্থানলৈ ৰাওনা হৈছে বিভাগীয়…

কামৰূপ জিলা কৃষি বিভাগৰ মিলেট সজাগতা সভাৰ আয়োজন

নিয়মীয়া বাৰ্তা, ২ জুনঃ বৰ্তমান ভাৰতত শ্রীঅন্ন হিচাপে অভিহিত তথা একবিংশ শতিকাৰ সৰ্বোত্তম খাদ্য শস্যবোৰৰ ভিতৰত অন্যতম হ'ল মিলেট। এসময়ত অসমীয়া খাদ্যাভ্যাসৰ অংশ আছিল যদিও সময়ৰ গতিত ক্ৰমান্বয়ে মিলেটৰ চাহিদা হ্রাস পাবলৈ ধৰে। সেয়েহে মিলেটৰ গুৰুত্ব…

ক্ৰোধ নিয়ন্ত্ৰণ সুস্থ শৰীৰৰ মহৌষধ

বিশেষ বাৰ্তা, ২ জুনঃ ‘খং’ কম মাৰাত্মক নহয়, ই শৰীৰৰ ভাৰসাম্য নষ্ট কৰে, ই ৰোগক শক্তি প্ৰদান কৰে। আপুনি নিশ্চয় প্ৰায়ে বয়োজ্যেষ্ঠসকলে কোৱা শুনিছে যে খং বহু ৰোগৰ মূল। খঙৰ ফলত হোৱা ৰোগবোৰ ইমানেই বিপজ্জনক যে ই মানুহৰ মৃত্যুও ঘটাব পাৰে। বৰ্তমান…

মৰিগাঁও জিলা কৃষি বিভাগৰ সজাগতা সভা: প্ৰচাৰ ভানৰ ফ্লেগ অফ কৰিলে জিলা উপায়ুক্ত দেৱাশিষ শৰ্মাই 

নিয়মীয়া বাৰ্তা,২ জুন : মৰিগাঁও জিলা কৃষি বিষয়া কাৰ্যালয়ৰ উদ্যোগত জিলাখনত ৰূপায়িত হৈ থকা ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা(পি এম কে এছ ৱাই), অসম মিলেট মিছন, চৰকাৰৰ নূন্যতম সমৰ্থিত মূল্যত ধান ক্ৰয় কেন্দ্ৰত ধান বিক্ৰী…

তিনিওটা ফৰ্মেটৰ বাবে টিম ইণ্ডিয়াৰ নতুন জাৰ্চি মুকলি

নিয়মীয়া বাৰ্তা, ৬ মে: অহা ৭ জুনৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দ্বিতীয় সংস্কৰণৰ অন্তিমখন খেলত নতুন জাৰ্চি পিন্ধি খেলপথাৰত নামিব ভাৰতীয় দলটোৱে। টিম ইণ্ডিয়াৰ নতুন কিটৰ পৃষ্ঠপোষক এডিডাছে ১…