ডিগবৈৰ বিধ্বস্ত বাট-পথ নিৰ্মাণৰ দাবীত জাতীয়তাবাদী যুৱ-ছাত্ৰৰ ধৰ্মঘট
নিয়মীয়া বাৰ্তা, ৩০ মেঃ ডিগবৈ তথা পাৰ্শ্বৱৰ্তী অঞ্চলৰ বিধৱস্ত বাটপথ পুনৰ নিৰ্মানৰ দাবীত অসম যুৱ ছাত্র পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিৰ শতাধিক সদস্যই আজি ডিগবৈ চাৰিআলি পুলিচ পইন্টৰ কাষত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। বিগত কিছুদিন…