সম্পাদকীয় : হে অৰণ্য হে মহানগৰ
এই সময়ত অসমৰ বিভিন্ন প্রান্তৰ নগৰবোৰৰ ক্রমবর্ধমান চৰিত্রৰ এটা অংগ হ’ল দ্রুতগতিত অদৃশ্য হোৱা সেউজ অংগ৷ চাৰিলেনৰ হাইৱে’ নির্মাণৰ সময়তো বহু গছ–গছনি শেষ কৰি দিয়া হ’ল৷ হাইৱে’ই আনি দিয়া ধনভাণ্ডই ৰাজপথৰ কাষতেই থিয় কৰাই দিছে কংক্রিটৰ বহুমহলীয়া ঘৰ৷…