নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত অভাৱনীয় খৰাং পৰিস্থিতিত বিপৰ্যস্ত কৃষকৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা, ৩০ মেঃ গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তত খৰাং পৰিস্থিতিৰ হেতু কৃষকসকলে মূৰে-কপালে হাত দিব লগা অৱস্থা হৈছে। ৰঙালী বিহুৰ আগৰ পৰা জিলাখনত পৰ্যাপ্ত  বৰষুণ নোহোৱাত সম্প্ৰতি শস্য-মৎস বিলুপ্তিৰ দিশে ধাৱমান হৈছে। বিশেষকৈ গোলাঘাট জিলাৰ…

ৰঙিয়াত ড্ৰাগছসহ এজনক আটক

নিয়মীয়া বাৰ্তা, ৩০ মেঃ ৰঙিয়া আৰক্ষীয়ে আজি এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী আৰু নগৰ আৰক্ষী উপ-পৰিদৰ্শক সমৰজ্যোতি ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল…

পাভকাটি সমবায় সমিতিৰ নতুন কমিটীৰ কাৰ্যভাৰ গ্ৰহণ

নিয়মীয়া বাৰ্তা, ৩০ মে: মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ পাভকাটি সমবায় সমিতিৰ নতুন কমিটীৰ কাৰ্যভাৰ গ্ৰহণ কৰে। নিৰ্বাচিত সঞ্চালকমণ্ডলীয়ে সমিতিখনৰ নতুন সভাপতি নিৰ্বাচিত কৰে। সমবায় সমিতিৰ কাৰ্যালয়ত নৱনিৰ্বাচিত সঞ্চালকমণ্ডলীৰ প্ৰথমখন কাৰ্যকৰী সভা…

নীলমণি ফুকনৰ কবিতাক গীতলৈ ৰূপান্তৰ ‘মনকবিতা’ৰ

🔹 ইউটিউবত মুকলি ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ বিশেষ বাৰ্তা, ৩০ মেঃ ৰাউল কৌশিক নাথ ফাউণ্ডেচনৰ বেনাৰত জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ জনপ্রিয় কবিতা ‘টোপনিতো তেওঁ মোক খেদি পুৰিছিল’ক গীতৰ ৰূপ দিয়া হৈছে ৷ জনপ্রিয় গীতিকাৰ জয় বৰুৱাই গীতলৈ…

বিশ্বনাথৰ বজাৰত নাঙল বিচাৰি হাইৰান কৃষক

🔹 ভূমিৰ বক্ষ বিদাৰি সৃষ্টিৰ মালিতা লিখাৰ সংগ্রাম বিশেষ বাৰ্তা, ২৯ মেঃ ভূমি কর্ষণৰ বাবে শ্রীকৃষ্ণৰ সুদর্শন চক্রস্বৰূপ নাঙলক লৈয়েই এতিয়া ব্যস্ততা বাঢ়িছে চহাৰ ৷ সভ্যতাৰ দিন ধৰি ধৰাৰ বক্ষ বিদাৰি সৃষ্টিৰ ইতিহাস লিখিবলৈ মানৱ সমাজক প্রৰোচিত কৰা…

দিল্লীৰ ৰাজপথত ১৬ বছৰীয়া প্রেমিকাক হানি–খুঁচি হত্যা

🔹 উত্তৰ প্রদেশত গ্রেপ্তাৰ সাক্ষীৰ হত্যাকাৰী ছাহিলক বিশেষ বাৰ্তা, ৩০ মেঃ ৰাজধানী দিল্লীত সংঘটিত শিহৰণকাৰী হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দিল্লীৰ ব্যস্ত শ্বাহবাদ অঞ্চলত কিশোৰী প্রেমিকাক প্রেমিকে ছুৰীৰে ৰাজপথতে ৪০বাৰ হনা–খুঁচা কৰাৰ পাছত…

অসম ৰাজ্যিক চিৰিয়াখানালৈ তিনি নতুন আলহী

🔷 ৩০ বছৰৰ পিছত চিৰিয়াখানালৈ জেব্ৰা 🔷 আগমন জিৰাফৰো বিশেষ বাৰ্তা, ৩০ মেঃ গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি ৷ পাটনাৰ পৰা এটা জিৰাফ আৰু মহীশূৰৰ পৰা দুটা জেব্রা অনা হ’ল ৰাজ্যিক চিৰিয়াখানালৈ ৷ ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগৰ…

সুদক্ষিণা বাইদেউৰ সু–স্বাস্থ্য কামনাৰে এধানি প্রার্থনা

মানুহগৰাকীৰ বয়স প্রায় ৯০ বছৰ৷ এতিয়া বিছনাখনেই তেওঁৰ সাৰথি, আশ্রয়স্থলী৷ আনৰ সহায় নহ’লে তেওঁ বিছনাতে উঠি বহিবকে নোবাৰে৷ নোৱাৰে একোকেই কৰিব৷ মুখত কিন্তু সেই চিৰপৰিচিত ধুনীয়া হঁাহিটো আৰু চকুত সেই মৰমলগা চাৱনিটো, আজিও সজীৱ হৈ আছে৷ আজি কিছুদিনৰ…

ধোনীৰ চেন্নাইৰ পঞ্চমবাৰ আইপিএলৰ খিতাপ দখলঃ পৰ্যুদস্ত হাৰ্দিক বাহিনী

🏏 আইপিএলত ২৫০ মেচ খেলি অভিলেখ ৰচিলে ধোনীয়ে বিশেষ বাৰ্তা, ৩০ মেঃ ধোনীৰ জ্যামিতিক সমীকৰণৰ অধিনায়কত্ব পুনৰবাৰ ক্ৰিকেটপ্ৰেমীৰ সন্মুখত উদ্ভাসিত হ'ল। পঞ্চমবাৰৰ বাবে আই পি এলৰ চেম্পিয়ন হ’ল চেন্নাই ছুপাৰ কিংছ ৷ কেপ্টেইন কুল ধোনীৰ দলটোৱে…

সর্ববৃহৎ নিযুক্তি সমাৰোহ

একেদিনাই অসমৰ ৪৪,৭০৩গৰাকী শিক্ষিত নিবনুৱাক চৰকাৰী নিযুক্তি দি অভিলেখ গঢ়িলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে ৷ ২০২১ৰ বিধানসভা নির্বাচনৰ সময়ত ৰাজ্যখনৰ এক লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিয়োগ কৰাৰ বাবে বিজেপিয়ে নির্বাচনী…