কাঁ চলচ্চিত্ৰ মহোৎসৱত সংযুক্তা দত্তৰ ডিজাইনৰ মেখেলা-চাদৰ পৰিধান বিশ্বশ্ৰেষ্ঠ মডেলৰ
বিশেষ বাৰ্তা, ৩১ মেঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ ৰেচম শিল্প। অসমৰ ডিজাইনাৰ সংযুক্তা দত্তই কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ লৈ গ'ল অসম ৰেচম। অসমৰ হস্ততাঁত শিল্পক বিশ্ববাসীৰ সন্মুখত চিনাকি কৰাই দিলে সংযুক্তা দত্তই। ক্যাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড…