মেট্ৰিকৰ ফলাফলত সৰ্থেবাৰীৰ বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ ৰিতুপনৰ চতুৰ্থ স্থান দখল
নিয়মীয়া বাৰ্তা, ২২ মে : আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি পুনৰ জিলিকি উঠিল গুণগত শিক্ষাৰে চৰ্চিত হোৱা শিক্ষানুষ্ঠান সৰ্থেবাৰীৰ বঞ্চিত চৌধুৰী শঙ্কৰদেব শিশু নিকেতন। শীৰ্ষ দহৰ ভিতৰত চতুৰ্থ স্থান দখল কৰি সৰ্থেবাৰীলৈ…