নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভাত অসমৰ ১৪টা সমষ্টিয়েই দখল কৰিব বিজেপিয়ে : পাঠশালাত কিৰেণ ৰিজিজু

নিয়মীয়া বাৰ্তা, ২২মেঃ বিজেপিয়ে ২০২৪ চনত হবলগীয়া লোকসভা নিৰ্বাচনত অসমৰ ১৪টা লোকসভা সমষ্টিয়েই দখল কৰিব৷ কাৰণ আমি তৃণমূল পৰ্যায়ৰ পৰা দলটোক অধিক শক্তিশালী কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছো৷ বৰপেটা লোকসভা সমষ্টিত মোক দায়িত্ব প্ৰদান কৰিছে,…

পাঠশালা তপোবনৰ দিব্যাংগ শিক্ষাৰ্থী পাৰ্থপ্ৰতিম প্ৰথম বিভাগত উত্তীৰ্ণ

নিয়মীয়া বাৰ্তা, ২২ মেঃ সমাজৰ পৰা বহু সময়ত অবহেলিত দিব্যাংগ শিশুসকলৰ আৱাসিক শিক্ষানুষ্ঠান পাঠশালা তপোবন শিশুগৃহৰ বিশেষভাবে সক্ষম এগৰাকী দিব্যাংগ শিক্ষাৰ্থীয়ে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আজি ঘোষিত ফলাফলত সুক্ষ্যাতিৰে…

নিষ্প্ৰভ চাহ বাগান এলেকাৰ ফলাফল : ৰিজাল্টৰ তালিকাত সৰ্বশ্ৰেষ্ঠ চিৰাং

নিয়মীয়া বাৰ্তা, ২২ মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফলত বিগত বৰ্ষসমুহৰ তুলনাত এই বছৰৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক। পাৰ হৈ যোৱা ২০২১ চনৰ কৰণা মহামাৰীৰ সময় ছোৱাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পৰিসংখ্যা বাদ দিলে চলিত বছৰৰ উত্তীৰ্ণৰ…

আজি ডিব্ৰুগড়ত কবৰৰ পৰা উলিয়াব ফাইজানৰ মৃতদেহ!

বিশেষ বাৰ্তা, ২২ মেঃ কাইলৈ ডিব্ৰুগড় চহৰৰ আমোলাপট্টি কবৰস্তানত আই আই টি খড়গপুৰৰ ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহটো কবৰৰ পৰা উলিয়াব। ইয়াৰ বাবে কিছু আনুস্থানিকতা আজি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। পশ্চিমবংগৰ খড়গপুৰ সদৰ থানাৰ পৰা এক বিশেষ তদন্তকাৰী…

ইতিহাসৰ পাতত বিলীন ডিব্ৰুগড়ৰ ঐতিহাসিক ৰেলৱে অভাৰব্ৰিজ

বিশেষ বাৰ্তা, ২২ মেঃ চিৰকাললৈ বিলুপ্ত হল ডিব্ৰুগড়ৰ ঐতিহাসিক ৰেলৱে অভাৰব্ৰিজ।ডিব্ৰুগড় চহৰৰ গৰিমা তথা সৌন্দৰ্য ধৰি ৰখা, বহু সেউজীয়া স্মৃতি বিজড়িত তথা ৫৮ বছৰীয়া চহৰখনৰ একমাত্ৰ অভাৰব্ৰিজখনৰ ভাঙি পেলোৱাৰ প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈছে।১৯৬৫…

সপ্তম স্থানেৰে মেট্ৰিকত উজলিল ভৱানীপুৰৰ পীযুষ নাথ

নিয়মীয়া বাৰ্তা, ২২ মে' : আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ শিক্ষাৰ্থী পীযুষ নাথে সপ্তম স্থান পোৱাত পীযুষ নাথে অধ্যয়ন কৰা শংকৰদেৱ শিশু নিকেতনৰ কৰ্তৃপক্ষ,শিক্ষাৰ্থীৰ লগতে ভৱানীপুৰৰ বিভিন্ন…

ঢেকীয়াজুলিৰ হৃদম-জোনাকৰ ভৱিষ্যৎ শিক্ষা জীৱনৰ সম্পূৰ্ণ ব্যয় বহন মন্ত্ৰী অশোক সিংহলৰ

বিশেষ বাৰ্তা, ২২ মে' : আজি ঘোষণা কৰা  ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি উজলি উঠা ঢেকিয়াজুলিৰ সু-সন্তান হৃদম ঠাকুৰীয়া আৰু সপ্তম স্থান লাভ কৰা জোনাক কাশ্যপলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা…

মেট্ৰিকত অষ্টম স্থানেৰে উজলিল ধুবুৰীৰ ফাৰহান আছিফ 

নিয়মীয়া বাৰ্তা, ২২ মেঃ এইবেলিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থানেৰে উজলিল ধুবুৰীৰ এগৰাকী মেধাৱী ছাত্ৰই। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী আদাবাৰীৰ ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ফাৰহান আছিফ আৰবীয়াই সৰ্বমুঠ ৫৮৭ নম্বৰ লাভ কৰি নিজৰ…

মেট্ৰিকৰ ফলাফলত সৰ্থেবাৰীৰ বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ ৰিতুপনৰ চতুৰ্থ স্থান দখল

নিয়মীয়া বাৰ্তা, ২২ মে :  আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি পুনৰ জিলিকি উঠিল গুণগত শিক্ষাৰে চৰ্চিত হোৱা শিক্ষানুষ্ঠান সৰ্থেবাৰীৰ বঞ্চিত চৌধুৰী শঙ্কৰদেব শিশু নিকেতন। শীৰ্ষ দহৰ ভিতৰত চতুৰ্থ স্থান দখল কৰি সৰ্থেবাৰীলৈ…

আঠটা স্থান দখলেৰে শিক্ষাৰ নৱদ্বীপ নলবাৰীত ৰেকৰ্ড

বিশেষ বাৰ্তা, ২২ মেঃ মুঠ আঠটা স্থানেৰে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ উজ্বলিল  শিক্ষাৰ নৱদ্বীপৰূপে খ্যাত নলবাৰী। ইয়াৰ লগে লগে  আজিৰ ফলাফল জিলাখনৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত জয়জয়কাৰ হৈ পৰে। চৰকাৰী শিক্ষানুষ্ঠানতকৈ…