মেট্ৰিকত স্থান দখলেৰে কমলপুৰলৈ গৌৰৱ কঢ়িয়ালে বিপাঞ্চী-ছন্দিতাই
নিয়মীয়া বাৰ্তা, ২২ মে : আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শাৰীৰিক অসুস্থতাকো নেওচি কমলপুৰ সমষ্টিৰ অন্তৰ্গত পুঠিমাৰী পাইয়নীয়াৰ একাডেমীৰ ছাত্ৰী বিপাঞ্চী ডেকাই দশম স্থানেৰে জিলিকি উঠাত সমগ্ৰ অঞ্চলটোত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি…