চাৰিদুৱাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণক সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ২৩ মে : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিদুৱাৰ অঞ্চলৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (পূৰ্বৰ চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়) শিক্ষাৰ্থীসকলে এইবেলি সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰাত উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ…