নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহস্যাবৃত্ত : জোনমণিৰ অকাল মৃত্যুক লৈ সকলোতে প্ৰশ্নৰ উদ্ৰেক

বিশেষ বাৰ্তা, ১৬ মেঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত জখলাবন্ধাত কৰুণ মৃত্যুক আঁকোৱালি ললে লাহসী আৰক্ষী বিষয়া তথা নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া SI জোনমণ ৰাভাই। যোৱা নিশা জোনমণি ৰাভাই নিজৰ মাৰুতী কাৰখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে…

ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত  ৭১,০০০ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ১৬ মে:  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিযোগে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত ভাষণ আগবঢ়োৱাৰ লগতে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নতুনকৈ নিযুক্তি লাভ কৰা প্ৰায় ৭১,০০০ প্ৰাৰ্থীক নিযুক্তি পত্ৰ…

বিপদৰ পৰা আঁতৰি থাকিব বিচাৰে যদি আজিয়ে এই ৩ ধৰণৰ মানুহৰ পৰা দূৰত্ব বনাওক, সুখী হৈ উঠিব জীৱন…

চাণক্য নীতিৰ ষষ্ঠ খণ্ডৰ নৱম পদত এজন ব্যক্তিয়ে কেতিয়া আৰু কাৰ পাপৰ বাবে নিজে শাস্তি ভোগ কৰিবলগীয়া হয় সেই বিষয়ে ব্যাখ্যা কৰা হৈছে। এই বিপদবোৰৰ পৰা যদি আঁতৰি থাকিব বিচাৰে তেন্তে আজিয়ে এনে মানুহক ত্যাগ কৰক। राजा राष्ट्रकृतं…

নগাঁৱত ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১৬ মে: সমগ্র দেশৰ লগতে নগাঁৱতো আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ডেংগুৰ ভয়াবহতা বিষয়ে উল্লেখ কৰি কয় যে এই ৰোগ প্ৰতিৰোধ কৰাৰ বাবে…

পথ দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী বিষয়া জোনমণি ৰাভা

নিয়মীয়া বাৰ্তা, ১৬ মে: ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু IC জোনমণি ৰাভাৰ৷ জখলাবন্ধাত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ মাৰুতি এল্ট’ৰ৷ জখলাবন্ধাৰ সৰুভগীয়াত নিশা প্ৰায় ডেৰ বজাত এই ঘটনা৷ UP 78 UT 4518 নম্বৰৰ ট্ৰাকত খুন্দা জোনমণি ৰাভাৰ বাহনৰ৷ দুৰ্ঘটনাত…

লাহৰীঘাট আৰক্ষীৰ জালত দুই আই পি এল জুৱাৰী

নিয়মীয়া বাৰ্তা, ১৬ মে : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় দুজনকৈ আই পি এল জুৱাৰী । আজি সন্ধিয়াৰ পাছত বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই লাহৰীঘাট বজাৰৰ পৰা আই পি এল…

সমাগত বান : গুৱাহাটীত জলসম্পদৰ কেন্দ্ৰীয় গুদাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিশেষ বাৰ্তা, ১৫ মে' : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ বশিষ্ঠস্থিত বিভাগৰ কেন্দ্ৰীয় গুদাম পৰিদৰ্শন কৰি আগন্তুক বানপানীৰ বাবে বিভাগে জিলাসমূহলৈ পাৰ্কুপাইন, জিঅ' বেগ আদি পঠিওৱাৰ বাবে কৰা ব্যৱস্থাৰ বুজ লয়। বানপানীৰ সময়ত…

আধুনিক শিক্ষা ব্যৱস্থাই সমাজক পৰনিৰ্ভৰশীল কৰিছে : শিৱসাগৰত দিগন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৫ মেঃ আধুনিক শিক্ষা ব্যৱস্থাই সমাজক পৰনিৰ্ভৰশীল কৰি তুলিছে। বিষয় ভিত্তিক শিক্ষা ব্যৱস্থা বৰ্তমান ভুৱা হিচাপে পৰিণত হৈছে। আজি নামতিৰ শলগুৰি মৌজাৰ কালুগাঁ‌ৱৰ সমীপৰ বৰপাত্ৰ দ'ল তিনিআলিত জয়া শিক্ষা ন্যাস' কালুগাঁ‌ৱৰ উদ্যোগত নিউ…

ধোনীৰ দৰে খেলুৱৈ শতিকাত এবাৰহে আহে : অটোগ্রাফ ল’লে সুনীল গাভাস্কাৰে

বিশেষ বাৰ্তা, ১৫ মেঃ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনীৰ অৱসৰক লৈ আৰু বৃদ্ধি পালে জল্পনা–কল্পনা৷ দেওবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামৰ পৰিৱেশ দেখি এইটো নিশ্চিত যেন লাগিল যে আই পি এলৰ পৰা ধোনীৰ অৱসৰ সমাগত৷ চলিত আই পি এলেই চি…

ফাটবিহু : চৰম অচলাৱস্থা-বিতৰ্কৰেই নিজম পৰিল ম’হঘুলি চাপৰি

বিশেষ বাৰ্তা, ১৫ মে: ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰৰ ম'হঘুলি চাপৰিত আয়োজিত ফাটবিহুৰ সকলো কাৰ্যসূচীৰ সামৰণি পৰিল ঠিকেই, কিন্তু ফাটবিহুকেন্দ্ৰিক বিতৰ্কৰ ওৰ নপৰিল আজিও। জানিব পৰা মতে ফাটবিহুৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচীতেই হৈছিল অঘটন।ফাটবিহু…