নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত মেঘালয়লৈ সৰবৰাহৰ সময়তে চোৰাং গো-ধন জব্দ

নিয়মীয়া বাৰ্তা, ১৬ মে : দক্ষিন কামৰূপৰ বকোৰ বামুণীগাঁৱত গো-ধন সৰবৰাহকাৰীৰ বিৰুদ্ধে বকো আৰক্ষীৰ অভিযান। বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ নাথৰ গোপন খবৰৰ ভিত্তিত চলা এই অভিযানত অবৈধভাৱে সৰবৰাহ কৰা ৮ টা চোৰাং গো-ধন জব্দ কৰাৰ লগতে এজন গো-ধন…

উচ্চতম ন্যায়ালয়ে পাব দুজন নতুন ন্যায়াধীশ! পৰামৰ্শ কেন্দ্ৰলৈ প্ৰেৰণ

বিশেষ বাৰ্তা, ১৬ মেঃ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ বাবে অনুমোদিত ৩৪টা পদৰ ভিতৰত ২টা পদ খালী। আজি অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু জ্যেষ্ঠ অধিবক্তা কেভি বিশ্বনাথনক নিযুক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ…

নলবাৰীত চাঞ্চল্য : স্বামীৰ হাতত প্ৰাণ গল বিজেপি নেত্ৰীৰ

বিশেষ বাৰ্তা, ১৬ মে : নলবাৰী চহৰৰ মাজমজিয়াত আজি পুৱাৰ ভাগত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি সমগ্ৰ জিলাখনক। চহৰৰ ইছলাম চুপাত আজি পুৱাৰ ভাগত সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ডটি। উল্লেখ্য যে পাৰিবাৰিক সংঘাতৰ বাবেই নলবাৰী পৌৰসভাৰ প্ৰাক্তন…

গুৱাহাটী-পুৰী এক্সপ্ৰেছ শংকৰদেৱৰ নামেৰে নামকৰণৰ দাবী ধিংবাসীৰ

নিয়মীয়া বাৰ্তা, ১৬ মে‌' : গুৱাহাটীৰ পৰা ওড়িশাৰ পুৰীলৈ যাবলগীয়া ৰেলখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে নামকৰণ কৰা, ৰেলখন শংকৰদেৱৰ জন্মস্থান বৰদোৱা, ধিং আৰু মৈৰাবাৰীলৈ সম্প্ৰসাৰণ কৰা, কপিলী যাত্ৰীবাহী ৰেলখনো ধিং, মৈৰাবাৰীলৈকে সম্প্ৰসাৰণৰ…

বাৰিষাৰ পূৰ্বে জোনাইৰ চেৰেণ নদীৰ ওপৰত দলং নিৰ্মাণৰ দাবী

নিয়মীয়া বাৰ্তা, ১৬মেঃ বিভিন্ন জ্বলন্ত সমস্যাৰে ভাৰাক্ৰান্ত হৈ আহিছে জোনাই সমষ্টিৰ জোনাই ৰাজহ চক্ৰৰ ডেকাপাম গাঁও পঞ্চায়তৰ চেৰেণ সোনোৱালৰ গাঁওখন। চেৰেণ সোনোৱাল গাঁৱৰ মাজেৰে বৈ যোৱা পাহাৰীয়া খৰস্ৰোতা নদীখনে গাঁওখনক দুভাগ কৰি পেলায়। অবিভক্ত…

উপায়ুক্ত সন্মিলনত অংশগ্ৰহণ : তিনিচুকীয়াত কনভেনচন চেন্টাৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ১৬ মে’ : তিনিচুকীয়াত আৰম্ভ হৈছে তিনিদিনীয়াকৈ পঞ্চমসংখ্যক জিলা উপায়ুক্তৰ সন্মিলন৷ আজি দ্বিতীয়দিনাৰ কায্যসূচী হিচাপে পুৱাই তিনিচুকীয়াৰ গেলাপুখুৰীৰ বাইপাছৰ কাষত ১৬ কোটি টকাৰ ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা কনভেনচন চেণ্টাৰটো ফিটা…

ৰংজুলিত বাতৰিকাকতৰ টোপোলা চুৰি দুৰ্বৃ্ত্তৰ

নিয়মীয়া বাৰ্তা, ১৬ মেঃ গোৱালপাৰাৰ ৰংজুলিত আজি পুৱাতেই কোনো নোহোৱা-নোপজা ঘটনা সংঘটিত হয়। ৰাতি পুৱালেই বাতৰিকাকতখন হাতত লবলৈ নাপালে উচপিচাই থকা পাঠকসকল আজি সম্পূৰ্ণ দিনটোৱে বাতৰিকাকতখন হাতত নোপোৱাকৈ অতিবাহিত কৰিবলগীয়া হয়। প্ৰতিটো পুৱাৰ দৰে…

ঠিকাদাৰৰৰ দায়িত্বজ্ঞানহীনতাত ছমাহতেই ছিঁৰাল ফাট মাজুলীৰ পথত

নিয়মীয়া বাৰ্তা, ১৫ মে'  : প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত এতিয়া বিষয়া-ঠিকাদাৰসকল হৈ পৰিছে উঠিৰজা বহিৰজা। মুখ্যমন্ত্ৰী সমষ্টিৰ দৰে উন্নয়নৰ ধাৰা জিলাখনত অব্যাহত নাথাকিলেও যি দুই-এক উন্নয়নৰ প্ৰকল্প  ৰূপায়ন হৈ আছে সেইসমুহো ঠিকাদাৰ আৰু…

জোনাইৰ কবু চাপৰি সংৰক্ষিত বনাঞ্চলৰ বনভূমি এৰিবলৈ নিৰ্দেশ প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা, ১৬ মে : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এইবাৰ জোনাইতো বন বিভাগৰ জাননী৷ জোনাইৰ প্ৰস্তাৱিত কবু চাপৰি সংৰক্ষিত বনাঞ্চলত যুগ যুগ ধৰি বসবাস কৰি থকা পৰিয়াল সকলক অসম চৰকাৰৰ বনাঞ্চল সংৰক্ষণ আৰু পৰিৱেশ উন্নয়ন বিভাগে নিৰ্দেশ দিয়াৰ…

দোমোজাত কংগ্ৰেছ : শিৱকুমাৰ নে ছিদ্দাৰামায়া : সিদ্ধান্তত লগা নাই মোহৰ

বিশেষ বাৰ্তা, ১৬ মেঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ পিছত এতিয়া কংগ্ৰেছৰ সন্মুখত এক নতুন সমস্যাৰ সৃষ্টি হৈছে। সমস্যাৰ বিষয় পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচন। নিৰ্বাচনৰ ফলাফলৰ তিনি দিন পিছতো মুখ্যমন্ত্ৰীৰ নাম সন্দৰ্ভত চূড়ান্ত…