নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহৎ জয়েৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত গোটাবায়া ৰাজ পাক্ষে

নিউজ ডেস্ক ১৮ নৱেম্বৰঃ তামিল টাইগাৰ্ছক কঠোৰ হাতেৰে দমন কৰা গোটাবায়া ৰাজপক্ষে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। দেওবাৰে ঘোষণা কৰা নিৰ্বাচনী ফলাফল অনুসৰি ৰাজপাক্ষেই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ছাজিদ প্ৰেমদাসাক পৰাভূত কৰে। প্ৰাক্তন…

বন্ধ হ’ব পাৰে আপোনাৰো ATM কাৰ্ড !

নিউজ ডেস্ক,১৮ নৱেম্বৰঃ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ বাবে এক দুখবৰ । ইটোৰ পাচত সিটোকৈ বন্ধ কৰি দিয়া হৈছে গ্ৰাহকৰ এটিএম । ইতিমধ্যে এই লৈ গ্ৰাহক সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংক । দুষ্কৃতিকাৰীয়ে একাংশ এটিএম হেক কৰাৰ তথ্য আহি পৰাৰ পাচতেই এই…

কামৰূপত নাহাৰফুটুকীৰ আক্ৰমণত আহত কৃষক

গুৱাহাটী ১৮ নৱেম্বৰঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে বন্যজন্তু আৰু মানৱ সংঘাত। সোমবাৰে পুৱাই কামৰূপ জিলাৰ দদৰাত পথাৰত কাম কৰি থকা অৱস্থাত এজন কৃষকক নাহৰফুটুকীয়ে আক্ৰমণ কৰি গুৰুত্বভাৱে আহত কৰে। কৃষক জনৰ নাম পৰমেশ্বৰ বৈশ্য। তেওঁৰ এম এম চি…

বিকিনি পিন্ধি পেট্ৰ’ল পাম্পলৈ গ’লে লাভ কৰিব ‘ফ্ৰী ইন্ধন’!

নিউজডেস্ক, ১৮ নৱেম্বৰঃ ৰাছিয়াত সংঘটিত এক ঘটনাই সম্প্ৰতি ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে । উল্লেখ্য যে ৰাছিয়াৰ চামাৰাস্থিত "অলভি গেছ ষ্টেচন" নামৰ পেট্ৰ'ল পাম্পটোৰ অধিক চাহিদা তথা উপাৰ্জনৰ বাবে স্বতাধিকাৰীয়ে কোনো ব্যক্তিয়ে বিকিনি…

জলবায়ু পৰিৱৰ্তনক লৈ পাঠ্যক্ৰম বিচাৰিছে হাৰিয়ানাই

নিউজ ডেস্ক,১৮ নৱেম্বৰঃ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ক হাৰিয়ানা চৰকাৰে জলবায়ু পৰিৱৰ্তন, ধাৰণক্ষমতা আদিৰ ওপৰত সজাগতা আনিবলৈ এইবোৰ বিষয় লৈ বিদ্যালয়ৰ পাঠ্যপুথিত নতুন অধ্যায়ৰ সংযোজন ঘটাবলৈ আহ্বান জনাইছে । হাৰিয়ানাৰ উপ-মুখ্যমন্ত্ৰী…

শিৱসাগৰৰ হজৰত খণ্ডকাৰ পীৰ দৰগাহত চোৰ

গুৱাহাটী ১৮ নৱেম্বৰঃ সাধাৰণ লোকৰ ঘৰটো বাদেই এইবাৰ চোৰৰ চকু মন্দিৰ মচজিদ আৰু দৰগাহ। তেনেই এক ঘটনা ঘটিল শিৱসাগৰৰ জিলাত। শিৱসাগৰ জিলাৰ খণ্ডকাৰ পীৰ দৰগাহৰ মুখ্য দুৱাৰ ভাঙি দৰগাহত চোৰে প্ৰৱেশ কৰি তাত থকা দান পাত্ৰ ভাঙি পইচা লৈ যায়। ঘটনাস্থলীত…

সোমবাৰৰ পৰা আৰম্ভ হ’ল লোকসভাৰ শীতকালিন অধিৱেশন

নিউজ ডেস্ক, ১৮ নৱেম্বৰঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে লোকসভাৰ শীতকালীন অধিৱেশন ৷ দেশৰ অৰ্থনৈতিক মন্দাৱস্থা, নিৱনুৱা সমস্যা, জম্মু-কাশ্মীৰৰ প্ৰসংগক লৈ বিৰোধীয়ে সদনত চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ বিপৰীতে মোদী চৰকাৰে এই শীতকালীন অধিৱেশনতে বহু…

হাৰিয়ানাৰ নৱগঠিত চৰকাৰৰ সকলো মন্ত্ৰী কোটিপতি

নিয়মীয়া বাৰ্তা,১৮ নৱেম্বৰঃ হাৰিয়ানাৰ নৱগঠিত বিজেপি-জেজেপি মৰ্চা চৰকাৰৰ আটাইকেইগৰাকী মন্ত্ৰীয়ে কোটিপতি । শেহতীয়াকৈ এছ'চিয়েচন ফ'ৰ ডেম'ক্ৰেটিক ৰিফ'মৰ্ছৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে । দুখীয়া জনসাধাৰণৰ উন্নয়নৰ বিভিন্ন প্ৰতিশ্ৰুতিৰে ৰাজ্যখনত…

ৰাজস্থানত বাছ- ট্ৰাকৰ মুখামুখী সংঘৰ্ষ

নিউজ ডেস্ক ১৮ নৱেম্বৰঃ ৰাজস্থানত শোকাৱহ পথ দুৰ্ঘটনা। সোমবাৰে পুৱা বাছ আৰু ট্ৰাকৰ মুখামুখী সংঘৰ্ষত ১০ জন লোক নিহত হোৱাৰ উপৰিও ২২ জন গুৰুত্বভাৱে আহত হয়। বিকানেৰ জিলাৰ শ্ৰী দুৰ্গাগড় সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষী সূত্ৰত…

“আই এ এ এফ”ৰ পৰিৱৰ্তে নতুন নাম বিশ্ব এথলেটিক্ছ

নিউজডেস্ক, ১৮ নৱেম্বৰঃ নাম সলনি হ'ল ইণ্টাৰ্নেশ্ব্যনেল এছ'চিয়েশ্বন অৱ এথলেটিক্ছ ফেডাৰেশ্বন চমুকৈ "আই এ এ এফ"-ৰ । এক বিবৃতিত প্ৰকাশিত তথ্য মতে আন্তৰ্জাতিক এছ'চিয়েশ্বন অৱ এথলেটিক্ছ ফেডাৰেশ্বন চমুকৈ "আই এ এ এফ"ক এতিয়াৰ পৰা বিশ্ব এথলেটিক্ছ…