দেশ বিদেশ দলং খহি ৬ টি শিশুৰ মৃত্যু নিয়মীয়া বাৰ্তা Nov 18, 2019 নিউজ ডেস্ক,১৮ নৱেম্বৰঃ বিহাৰত ভয়ংকৰ ঘটনা । সোমবাৰে ৬ টি শিশুৱে এখন দলঙৰ তলত খেলি থকা অৱস্থাত সাবটি ল'বলগীয়া হয় কৰুণ মৃত্যুক । গোপালগঞ্জৰ এখন দলঙৰ তলত ওমলি থাকোতেই দলং খহি মৃত্যু হয় ছয়টি শিশুৰ ।
দেশ বিদেশ পোছাক সলনি হ’ল ৰাজ্যসভাৰ মাৰ্শ্বালৰ নিয়মীয়া বাৰ্তা Nov 18, 2019 নিউজ ডেস্ক,১৮ নৱেম্বৰঃ সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই ৰাজ্যসভাৰ সদস্যসকলে নতুন ৰূপত দেখিবলৈ পালে অধ্যক্ষৰ কাষত থকা দুয়োজন মাৰ্শ্বালক । পূৰ্বে ভাৰতীয় সাজসজ্জাৰে থকা এই দুই মাৰ্শ্বালক বৰ্তমান দেখা পোৱা গৈছে সামৰিক পোছাকত । বৰ্তমানৰ এই…
আন্তঃৰাষ্ট্ৰীয় বৃহৎ জয়েৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত গোটাবায়া ৰাজ পাক্ষে নিয়মীয়া বাৰ্তা Nov 18, 2019 নিউজ ডেস্ক ১৮ নৱেম্বৰঃ তামিল টাইগাৰ্ছক কঠোৰ হাতেৰে দমন কৰা গোটাবায়া ৰাজপক্ষে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। দেওবাৰে ঘোষণা কৰা নিৰ্বাচনী ফলাফল অনুসৰি ৰাজপাক্ষেই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ছাজিদ প্ৰেমদাসাক পৰাভূত কৰে। প্ৰাক্তন…
অর্থনীতি বন্ধ হ’ব পাৰে আপোনাৰো ATM কাৰ্ড ! নিয়মীয়া বাৰ্তা Nov 18, 2019 নিউজ ডেস্ক,১৮ নৱেম্বৰঃ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ বাবে এক দুখবৰ । ইটোৰ পাচত সিটোকৈ বন্ধ কৰি দিয়া হৈছে গ্ৰাহকৰ এটিএম । ইতিমধ্যে এই লৈ গ্ৰাহক সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংক । দুষ্কৃতিকাৰীয়ে একাংশ এটিএম হেক কৰাৰ তথ্য আহি পৰাৰ পাচতেই এই…
আঞ্চলিক কামৰূপত নাহাৰফুটুকীৰ আক্ৰমণত আহত কৃষক নিয়মীয়া বাৰ্তা Nov 18, 2019 গুৱাহাটী ১৮ নৱেম্বৰঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে বন্যজন্তু আৰু মানৱ সংঘাত। সোমবাৰে পুৱাই কামৰূপ জিলাৰ দদৰাত পথাৰত কাম কৰি থকা অৱস্থাত এজন কৃষকক নাহৰফুটুকীয়ে আক্ৰমণ কৰি গুৰুত্বভাৱে আহত কৰে। কৃষক জনৰ নাম পৰমেশ্বৰ বৈশ্য। তেওঁৰ এম এম চি…
আন্তঃৰাষ্ট্ৰীয় বিকিনি পিন্ধি পেট্ৰ’ল পাম্পলৈ গ’লে লাভ কৰিব ‘ফ্ৰী ইন্ধন’! নিয়মীয়া বাৰ্তা Nov 18, 2019 নিউজডেস্ক, ১৮ নৱেম্বৰঃ ৰাছিয়াত সংঘটিত এক ঘটনাই সম্প্ৰতি ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে । উল্লেখ্য যে ৰাছিয়াৰ চামাৰাস্থিত "অলভি গেছ ষ্টেচন" নামৰ পেট্ৰ'ল পাম্পটোৰ অধিক চাহিদা তথা উপাৰ্জনৰ বাবে স্বতাধিকাৰীয়ে কোনো ব্যক্তিয়ে বিকিনি…
দেশ বিদেশ জলবায়ু পৰিৱৰ্তনক লৈ পাঠ্যক্ৰম বিচাৰিছে হাৰিয়ানাই নিয়মীয়া বাৰ্তা Nov 18, 2019 নিউজ ডেস্ক,১৮ নৱেম্বৰঃ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ক হাৰিয়ানা চৰকাৰে জলবায়ু পৰিৱৰ্তন, ধাৰণক্ষমতা আদিৰ ওপৰত সজাগতা আনিবলৈ এইবোৰ বিষয় লৈ বিদ্যালয়ৰ পাঠ্যপুথিত নতুন অধ্যায়ৰ সংযোজন ঘটাবলৈ আহ্বান জনাইছে । হাৰিয়ানাৰ উপ-মুখ্যমন্ত্ৰী…
আঞ্চলিক শিৱসাগৰৰ হজৰত খণ্ডকাৰ পীৰ দৰগাহত চোৰ নিয়মীয়া বাৰ্তা Nov 18, 2019 গুৱাহাটী ১৮ নৱেম্বৰঃ সাধাৰণ লোকৰ ঘৰটো বাদেই এইবাৰ চোৰৰ চকু মন্দিৰ মচজিদ আৰু দৰগাহ। তেনেই এক ঘটনা ঘটিল শিৱসাগৰৰ জিলাত। শিৱসাগৰ জিলাৰ খণ্ডকাৰ পীৰ দৰগাহৰ মুখ্য দুৱাৰ ভাঙি দৰগাহত চোৰে প্ৰৱেশ কৰি তাত থকা দান পাত্ৰ ভাঙি পইচা লৈ যায়। ঘটনাস্থলীত…
দেশ বিদেশ সোমবাৰৰ পৰা আৰম্ভ হ’ল লোকসভাৰ শীতকালিন অধিৱেশন নিয়মীয়া বাৰ্তা Nov 18, 2019 নিউজ ডেস্ক, ১৮ নৱেম্বৰঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে লোকসভাৰ শীতকালীন অধিৱেশন ৷ দেশৰ অৰ্থনৈতিক মন্দাৱস্থা, নিৱনুৱা সমস্যা, জম্মু-কাশ্মীৰৰ প্ৰসংগক লৈ বিৰোধীয়ে সদনত চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ বিপৰীতে মোদী চৰকাৰে এই শীতকালীন অধিৱেশনতে বহু…
দেশ বিদেশ হাৰিয়ানাৰ নৱগঠিত চৰকাৰৰ সকলো মন্ত্ৰী কোটিপতি নিয়মীয়া বাৰ্তা Nov 18, 2019 নিয়মীয়া বাৰ্তা,১৮ নৱেম্বৰঃ হাৰিয়ানাৰ নৱগঠিত বিজেপি-জেজেপি মৰ্চা চৰকাৰৰ আটাইকেইগৰাকী মন্ত্ৰীয়ে কোটিপতি । শেহতীয়াকৈ এছ'চিয়েচন ফ'ৰ ডেম'ক্ৰেটিক ৰিফ'মৰ্ছৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে । দুখীয়া জনসাধাৰণৰ উন্নয়নৰ বিভিন্ন প্ৰতিশ্ৰুতিৰে ৰাজ্যখনত…