তিৰুচিৰাপল্লীৰ জাম্বুকেশ্বৰ মন্দিৰত খননত ওলাল ৫০০ সোণৰ মুদ্রা
নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ তামিলনাডুৰ তিৰুচিৰাপল্লীৰ জাম্বুকেশ্বৰ মন্দিৰৰ সমীপত খননৰ সময়ত ১.৭ কিলোগ্রামৰ সোণৰ মুদ্রা উদ্ধাৰ হৈছে৷ মন্দিৰ কর্তৃপক্ষই প্রকাশ কৰা মতে কালি বিয়লি খনন কৰি থকাৰ সময়তে ৫০৫টা সোণৰ সৰু মুদ্রাৰ লগতে আন এটি কিছু ডাঙৰ…