নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ অসম জ্ৱলোৱাৰ কুচকাৱাজ অজ্ঞাত সংগঠনৰ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ৰাজধানী দিল্লী জ্ৱলি থকাৰ সময়তে এখন বাছেৰে অসম অশান্ত কৰিবলৈ আহিছিল অজ্ঞাত সংগঠনৰ প্ৰতিনিধিৰ এটা দল। গোৱালপাৰাৰ মাটিয়াৰ ডিটেনশ্য়ন কেম্পলৈ আহিছিল দলটো। কিন্তু অসম-পশ্চিমবংগ সীমান্তৰ শিমলুটাপুত সামৰিক আৰু…

আমিনগাঁৱলৈ সম্প্ৰসাৰণ চিটী বাছ সেৱা

নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ আমিনগাঁওবাসীৰ বাবে সু-খবৰ । এতিয়াৰে পৰা আমিনগাঁৱৰ পৰা গুৱাহাটীলৈ চলিব চিটিী বাছ । পৰৱৰ্তী সময়ত উত্তৰ গুৱাহাটী আৰু বাইহাটালৈও চলিব  চিটী বাছ। মহানগৰীৰ যানযঁট আৰু যাত্ৰীৰ সুবিধাৰ্থে এই সিদ্ধান্ত কামৰূপ জিলা…

বৰ্ষাপাৰাত দ্বিতীয় দিনাও অব্যাহত আছে ৰাজস্থান ৰয়েলছৰ অনুশীলন

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অহা ৫ আৰু ৯ এপ্ৰিলত আই পি এলৰ প্ৰাক্তন চেম্পিয়ন ৰাজস্থান ৰয়েলছে ২ খনকৈ ঘৰুৱা মেচ খেলিব । যাৰ বাবে সমাগত আই পি এলক লৈ প্ৰথমটো প্ৰস্তুতি শিবিৰত অংশ লৈছে দলটোৰ বহুকেইজন…

১৯৫১ চনৰ নথি-পত্ৰ অসমৰ সকলো লোকে দেখুৱাব লাগিবঃ বিধায়ক আমিনুল

নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ বিতর্কিত মন্তব্য কৰি সদায় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ খিলঞ্জীয়া সংজ্ঞাৰ ওপৰত পুনৰ বিতর্কিত মন্তব্য।এইবাৰ মুকলি মঞ্চত বিতৰ্কিত মন্তব্য দিলে ধিং সমষ্টিৰ বিধায়ক আমিনুল…

টাইগাৰ শ্ৰফৰ নতুন ছবি হিৰোপণ্টি-২ ৰ প’ষ্টাৰ মুকলি

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ বলীউডৰ সুদৰ্শন অভিনেতা টাইগাৰ শ্ৰফৰ মাৰ্চত মুক্তি লাভ কৰিবলগীয়া ছবি বাগী-৩ ৰ চৰ্চা চলি থকাৰ সময়তে আজি পুনৰ তেওঁৰ আহিবলগীয়া ছবি হিৰোপণ্টি-২ ৰ প'ষ্টাৰ মুকলি কৰে । ছবিখনৰ প'ষ্টাৰত টাইগাৰ শ্ৰফক এক্সনভৰা লুকত…

ছয়গাঁও মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰি ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ কমলা কলিতাৰ

নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা প্ৰাক্তন মন্ত্ৰী কমলা কলিতাৰ। ছয়গাঁও মিনি ষ্টেডিয়াম উন্নয়নৰ বাবে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৫ লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছিল। আজি ষ্টেডিয়াম খনৰ উন্নয়নৰ কামৰ…

ঝংকাৰ শইকীয়া হত্যাঃ ১২ দোষীৰ শাস্তি ঘোষণা আদালতৰ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ২০১৩ চনৰ ২৫ জুনৰ বুকু কঁপি যোৱা এটি ঘটনা। পিতৃৰ সন্মুখতেই পুত্ৰক বৰ্বৰ আক্ৰমণ আৰু নৃশংস হত্যা। পিতৃ অসহায়! পিতৃৰ চিঞৰ যেন কোনেও শুনা নাই। মাত্ৰ ১০ টকাৰ বাবেই একাংশ উন্মাদ লোক জঁপিয়াই পৰিল ঝংকাৰৰ ওপৰত। আপোনাৰ…

তেজপুৰত ঘোচ লওঁতেই ধৰা পৰিল চৰকাৰী বিষয়া

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ তেজপুৰত ঘোচ লওঁতেই ধৰা পৰিল এজন চৰকাৰী বিষয়া। PWD বৈদ্যুতিক সংমণ্ডল কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা নাৰায়ণ চন্দ্ৰ দে'ক গ্ৰেপ্তাৰ। কমিছনৰ বাবদ ৰমেন পাটোৱাৰী নামৰ এজন ঠিকাদাৰৰ পৰা লৈছিল ধন। ঠিকাদাৰজনৰ পৰা ৪০ হাজাৰ…

ৰাজ্যসভালৈ জুবিন গাৰ্গ!

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ৰাজনীতি কেতিয়াও নকৰো বুলি সঘনে মন্তব্য কৰি অহা জুবিন গাৰ্গ ৰাজ্যসভালৈ যাব নেকি তাকে লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে  জুবিন গাৰ্গক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱৰ সন্দৰ্ভত জুবিন…

শিশুৰ মৃতদেহত ছার্জিকেল ব্লেড চলালে আজিও অশ্রু নিগৰে দীপলালৰ

নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ছুইপাৰ দীপলাল বাজফৰে চাকৰি জীৱনৰ ৩৪ বছৰত চিকিৎসালয়ৰ প’ষ্টমর্টেম কক্ষত মৰণোত্তৰ পৰীক্ষাৰ বাবে কটা–ফলা কৰিবলগীয়া হৈছে প্রায় ৭০ হাজাৰ শৱদেহ৷ এইদীপলাল নহ’লে চিকিৎসালয়খনত…