মার্চৰ শেষত আছুৱে অনুষ্ঠিত কৰিব জাতীয় অভিৱর্তন
নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী আন্দোলনক ভিত্তি কৰি সদৌ অসম ছাত্র সন্থাই (আছু) বিকল্প ৰাজনৈতিক শক্তিৰ জন্ম দিয়া বিষয়টোৰ চর্চা অব্যাহত থকাৰ সময়তে ছাত্র সংগঠনটোৱে জাতীয় অভিৱর্তন অনুষ্ঠিত কৰাৰ গুৰুত্বপূর্ণ…