নৃশংস! এটি ৫ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা
নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ৰাজ্যত সঘনে সংঘটিত হৈছে অপৰাধমূলক ঘটনা। হোজাইৰ পূৱ নন্দপুৰত সংঘটিত হৈছে গাৰ নোম শিঁয়ৰি উঠা ঘটনা। এগৰাকী ৫ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰিলে এটা পাষণ্ডই।
ঘটনা অনুসৰি অঞ্চলটোৰ বিক্ৰম হৰিজন ওৰফে…