নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ বছৰত ৭৫৫০ শিশুক চিকিৎসাৰ বাবে প্রেৰণ ৰাজ্য চৰকাৰৰ

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ হূদযন্ত্রৰ ফুটা থকা শিশুসকলৰ বিনামূলীয়া চিকিৎসাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰি অহা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে বিগত ১০ বছৰত ৭,৫৫০টি এনে জটিল ৰোগত ভোগা শিশুৰ অস্ত্রোপচাৰ সম্পূর্ণ কৰিলে৷ গুৱাহাটী চিকিৎসা…

মার্চত সলনি হ’ব বেংক একাউণ্টৰ নিয়ম; ATM সহ পাঁচটা নিয়মৰ পৰিৱর্তনৰ সম্ভাৱনা

যদি এছবিআইত কিবা কাম আছে, সোনকালে কৰি লওক৷ কাৰণ মার্চৰ পৰা পৰিৱর্তন হ’ব বেংক একাউণ্ট আৰু এটিএমসহ অন্যান্য পাঁচটা নিয়ম৷ এছবিআইৰ গ্রাহকসকলে এই কথা জনাটো উচিত৷ ইতিমধ্যে ভাৰতীয় ষ্টেট বেংকে পাঁচটা নিয়ম সলনি কৰাৰ সিদ্ধান্ত লৈছে৷ যি নিয়মৰ প্রভাৱ…

জুবিন গার্গে মুকলি কৰিলে এন কে হোটেল

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ বুধবাৰে মহানগৰীৰ কাহিলিপাৰাৰ জটিয়াত অয় টাউনহাউছৰ সহযোগত বিলাসী হোটেল এন কে হোটেল মুকলি কৰে জনপ্রিয় শিল্পী জুবিন গার্গে৷ এন কে প্রডাকচনৰ উত্তৰসূৰী নিত্য বৰকটকীৰ মালিকানাধীন হোটেলখনৰ শুভ উদ্বোধনী অনুষ্ঠানত…

কামাখ্যাগেটত ১০ লক্ষাধিক টকাৰ সোণৰ গহনা লুট

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ মহানগৰীত পুনৰ ডকাইতৰ ৰূপত বনকৰা যুৱক৷ এইবাৰ মহানগৰীৰ কামাখ্যা গেটৰ পুতুল দাস নামৰ লোকজনৰ ঘৰত লুটপাত কৰিলে বনকৰা যুৱকে৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ ১০ লক্ষাধিক টকাৰ সোণ লৈ উধাও হয় প্রদীপ দাস নামৰ যুৱকজন৷ উপায়ান্তৰ…

আলফাৰ আলোচনা সন্দৰ্ভত অচিৰেই দিল্লীত অমিত শ্বাহৰে বৈঠক ৰাজ্য চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ আলফাৰে শান্তি আলোচনা আৰম্ভ কৰা সম্পৰ্কত অচিৰেই নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰে সৈতে বৈঠকত মিলিত হ'ব । বুধবাৰে সাংবাদিকৰ আগত এই কথা প্রকাশ কৰিছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, গড়কাপ্টানী বিভাগৰ মন্ত্রী…

উত্তৰ–পূবৰ বিমানবন্দৰসমূহৰ্ উন্নয়ন সম্পর্কত বিভাগীয় বিষয়াৰে বৈঠক

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ অধ্যক্ষ হিচাপে কেইমাহমান পূর্বে দায়িত্ব গ্রহণ কৰা ভাৰতীয় প্রশাসনীয় সেৱাৰ বিষয়া অৰবিন্দ সিং মঙলবাৰে বিয়লি দুদিনীয়া ভ্রমণসূচীৰে আহি গুৱাহাটীত উপস্থিত হয়৷ প্রথমবাৰৰ বাবে গুৱাহাটীত…

বৃহত্তৰ পাঞ্জাবাৰী কৃত্রিম বানত বুৰ যোৱাৰ আশংকা

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ সমাগত বাৰিষাত পুনৰ কৃত্রিম বানত বুৰিব বৃহত্তৰ পাঞ্জাবাৰী অঞ্চল৷ কৃত্রিম বানৰ পৰা মহানগৰবাসীক সকাহ দিয়াৰ বাবে চৰকাৰ প্রশাসনে বিভিন্ন আঁচনি প্রস্তুত কৰিছে যদিও সেইসমূহ কার্যতঃ কার্যকৰী হোৱা পৰিলক্ষিত হোৱা নাই৷…

বাজেট অধিৱেশনতে কেন্দ্রক দিব জনজাতিকৰণৰ প্রতিবেদনঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ আগন্তুক ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে সদনত দাখিল কৰিবলগীয়া ৰাজ্যিক বাজেটত ৰাজ্যখনৰ ছয় জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীয় সংগঠনৰ যাতে আশা-আকাংক্ষা প্ৰতিফলিত কৰিব পৰা যায়, সেই সম্পৰ্কত বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী…

দিল্লী হিংসা: আই বিৰ বিষয়াৰ মৃতদেহ উদ্ধাৰ চান্দবাগৰ নলাত

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ সংঘর্ষপীড়িত চান্দবাগ অঞ্চলত বুধবাৰে পুৱা আই বিৰ সুৰক্ষা সহায়ক এগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য সৃষ্টি হৈছে৷ যোৱা দেওবাৰৰ পৰা অব্যাহত থকা উত্তৰ–পূব দিল্লীৰ হিংসাত্মক কার্যকলাপৰ মাজতেই কালি পুৱা চান্দবাগৰ নলাত…

পৰিবহণ আয়ুক্তক জবাবদিহি উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ ৰাজধানী চহৰ গুৱাহাটীৰ ব্যাপক যান–জঁটক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে প্রদান কৰা একাধিক নির্দেশনা উলংঘা কৰা পৰিবহণ আয়ুক্ত বুধবাৰে সোঁ–শৰীৰে হাজিৰ হয় ন্যায়ালয়ৰ মজিয়াত৷ উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ যান–জঁট…