মহিলা টি-২০ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় ক্ৰিকেট দলৰ
নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে মহিলা আই চি চি টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে বৃহস্পতিবাৰে নিউজিলেণ্ড দলটোক ৪ ৰাণত পৰাস্ত কৰে। ভাৰতীয় দলৰ এই মেগা প্ৰতিযোগিতাখনত এইটো তৃতীয়টো বিজয়। ইয়াৰ আগতে ভাৰতীয়…