ছ’চিয়েল মিডিয়াত অশ্লীল ভিডি’অ প্রচাৰ ভণ্ড প্রেমিকৰ
নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ মহানগৰীৰ পার্শ্বৱর্তী চন্দ্রপুৰত দিনদুপৰতে এজন যুৱকে পিষ্টল দেখুৱাই এগৰাকী যুৱতীক ৰাজপথত পেলাই থৈ যোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ভুক্তভোগী যুৱতীগৰাকীৰ অভিযোগ অনুসৰি নুৰ আলী নামৰ যুৱক এজনে যুৱতীগৰাকীৰ…