মহানগৰীৰ পাণ্ডুত ৫টা নতুন পানী যোগান কেন্দ্ৰ উদ্বোধন
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ মহানগৰীৰ পাণ্ডুৰ কামাখ্যা কলনিত ৫টা নতুন পানী যোগান কেন্দ্ৰ উদ্বোধন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই পানী যোগান কেন্দ্ৰ সমূহে অঞ্চলটোৰ খোৱা পানী সমস্যা বহু পৰিমাণে দূৰ কৰিব বুলি আশা প্ৰকাশ কৰে স্থানীয়…