মই দলত নাই মই অকলে, দল খোলাটো সাধাৰণ কথা নহয়ঃ জুবিন
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ 'মই কোনো দলত নাই, মই অকলে । দল খোলাটো ইমান সহজ কথা নহয় । প্ৰথমো 'কা'খন ঠিক হৈ লওকচোন , তাৰ পৰা ভাবিম দলৰ কথা ।' - আছুৰ নেতৃত্বত নতুন ৰাজনৈতিক দল সম্পৰ্কে জল্পনা-কল্পনা অব্যাহত থকাৰ সময়তে বুধবাৰে এই মন্তব্য…