নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্রান্ত চীনলৈ ভাৰতৰ সহায়; বায়ুসেনাই প্রেৰণ কৰিলে ১৫ টন চিকিৎসা সামগ্রী

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ক’ৰোনা ভাইৰাছত আক্রান্ত চীনলৈ সহায়ৰ হাত আগবঢ়াইছে ভাৰতে৷ আজি দেশখনে ভাৰতীয় বায়ুসেনাৰ বিমানেৰে প্রায় ১৫ টন চিকিৎসা সামগ্রী চীনৰ য়ুহানলৈ প্রেৰণ কৰিছে৷ চি–১৭ নামৰ সেনা বিমানখনে ঘূৰি আহোঁতে ৮০ জনতকৈও অধিক ভাৰতীয়…

আজমেৰ শ্বৰীফলৈ প্রধানমন্ত্রীৰ ‘চাদৰ’ উৎসর্গা

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ চুফী সন্ত খাৱাজা মইনুদ্দিন চিস্তিৰ ৮০৮সংখ্যক মৃত্যু দিৱস উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি আজমেৰ শ্বৰীফলৈ এখন চাদৰ উৎসর্গা কৰে৷ এক বার্তাত প্রধানমন্ত্রী মোদীয়ে কয়– ‘খাৱাজা’ মইনুদ্দিন চিস্তিৰ ৮০৮সংখ্যক…

সংঘর্ষজর্জৰ দিল্লীত হিন্দু যুৱকে ৰক্ষা কৰিলে অসহায় মুছলমান ব্যক্তিক

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা আৰু সমর্থনৰ নামত দিল্লীত চলি থকা সাম্প্রদায়িক সংঘর্ষ আৰু অসহিষ্ণুতাৰ মাজতে হিন্দু–মুছলমানৰ ভাতৃত্ববোধৰ এক নিদর্শন দাঙি ধৰিলে কেইজনমান হিন্দু যুৱকে৷ সংঘর্ষজর্জৰ ভাজনাপুৰা চ’কত…

শ্বিনা বৰা হত্যা গোচৰঃ হত্যাৰ ৬ মাহৰ পিছতো জীয়াই আছিল শ্বিনা বৰা !

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ দেশ কঁপাই যোৱা শ্বিনা বৰা হত্যা গোচৰৰ অভিযুক্ত তথা মাতৃ ইন্দ্রাণী মুখার্জীয়ে বুধবাৰে মুম্বাইৰ এখন আদালতত চাঞ্চল্যকৰ মন্তব্য কৰি কয় যে ২০১২ চনৰ এপ্রিলত শ্বিনা বৰাক হত্যা কৰাৰ পিছত ৬ মাহলৈকে তেওঁৰ কন্যা জীয়াই…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ সামাজিক সুনাম হানি হোৱাৰ আশংকা৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে৷ প্রেমত নতুন প্রস্তাৱ আহিব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷ বৃষঃ স্বাধীন ব্যৱসায়ত সফলতা লাভ কৰিব৷ ঘৰুৱা দিশত ভ্রাতৃৰ লগত মতবিৰোধে…

আছুৰ ৰাজনৈতিক দলক আদৰণি জনাই ক’লে আমি একেটা পুখুৰীৰে মাছ !

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ আছুৰ নেতৃত্বত গঠন হ'ব লগা ৰাজনৈতিক দল সম্পৰ্কত বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ চৰকাৰৰ অন্যতম মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । 'খুব ভাল কথা ,তেওঁলোককো শুভেচ্ছা জনালো । ৰাইজৰ হৈ কাম কৰিবলৈ যেতিয়া ওলাই আহিছে…

দিছপুৰত ৬ জনগোষ্ঠীয় নেতৃত্বৰে গুৰুত্বপূৰ্ণ বৈঠক

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ জনগোষ্ঠীয় সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। জনতা ভৱনত অনুষ্ঠিত হোৱা বৈঠকত ৬ জনগোষ্ঠীৰ উন্নয়ণ পৰিষদ গঠন তথা বাজেটত পুঁজি আবণ্টনক আলোচনা।     বৈঠকত…

পুনৰ গুৱাহাটীত চলিব বাইক টেক্সি সেৱাঃ এছিয়াৰ শীৰ্ষ বিষয়াৰে আলোচনা মন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ পুনৰ মহানগৰী গুৱাহাটীত চলিব ৰেপিড' , উবেৰ, অ'লা বাইক টেক্সি সেৱা । মহানগৰীত পৰিবহণ বিভাগে বন্ধ কৰিছিল এই বাইক টেক্সি সেৱা । বুধবাৰে পৰিবহণ মন্ত্ৰীৰ সৈতে বাইক টেক্সি সেৱাৰ চালকৰ এক বৈঠকৰ পাচতে এই ঘোষণা কৰে…

১২১কোটি টকাৰ কেলেংকাৰীৰ খলনায়ক গৌতম বৰুৱাক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ অসম গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক উন্নয়ন পৰিষদৰ অধ্যক্ষ গৌতম বৰুৱাক গ্ৰেপ্তাৰ। ১২১কোটিৰ টকাৰ বিয়োগোম কেলেংকাৰী সংঘটিত কৰি ৩ বছৰে পলাতক অৱস্থাত আছিল গৌতম বৰুৱা।             দিল্লীৰ ক্ৰাইম ব্ৰাঞ্চৰ…

গোলকীয় উষ্ণতাঃ ৯ দিনত গলিল এণ্টাৰ্কটিকাৰ ২০ শতাংশ বৰফ

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ মাত্ৰ ৯ দিনতেই গলিল এণ্টাৰ্কটিকাৰ ২০ শতাংশ বৰফ । এই খবৰে এতিয়া শংকিত কৰি তুলিছে সকলোকে । এণ্টাৰ্কটিকাত ৯ দিন ধৰি তাপমাত্ৰা বৃদ্ধিৰ ফলতেই এইদৰে এতিয়া বহু বৰফ গলি পানীৰ ৰূপ লৈছে । এই ঘটনাৰ পাচতেই গোলকীয় উষ্ণতাক…