নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পৰে নৈশভোজত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ মঙলবাৰে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে বর্তমানে ভাৰত ভ্রমণৰত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সন্মানত নতুন দিল্লীৰ ৰাষ্ট্রপতি ভৱনত আয়োজন কৰা নৈশভোজত অংশগ্রহণ কৰিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ এই…

উদ্ধৱ ভৰালীৰ জীৱন কাহিনী দিল্লীৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ কঠোৰ সংগ্ৰাম, পদে পদে প্ৰত্যাহ্বানক নেওচি উদ্ভাৱন জগতত নিজৰ প্ৰযুক্তিক অনন্য ৰূপেৰে সজাই তোলা আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱক পদ্মশ্ৰী ড০ উদ্ধৱ কুমাৰ ভৰালীৰ জীৱন আৰু কর্মৰাজিক দিল্লীৰ শিক্ষা বিভাগে ইয়াৰ অধীনৰ…

দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়; চলি থকা কাৰখানা হিচাপেই নিলাম হ’ব নগাঁও–কাছাৰ কাগজ কল

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ দিল্লী উচ্চ ন্যায়ালয়ৰ সৌজন্যত পুনৰ এক আশাৰ কিৰণ দেখা পাইছে ৰাজ্যৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে । স্ক্ৰেপ আকাৰত নহয়, চলি থকা কাৰখানা হিচাপেই হিন্দুস্তান পেপাৰ কর্প’ৰেচন লিমিটেডৰ (এইচ পি চি এল) অধীনস্থ…

ৰাজ্যসভাৰ দুখন আসনত প্রতিদ্বন্দ্বিতা কৰিব বিজেপি মিত্ৰজোঁটে

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ৰাজ্যসভাৰ ৫৫ খন আসনৰ বাবে অহা ২৬ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব । এই ৫৫ খন আসনৰ ভিতৰত অসমৰ তিনিখন আসনো আছে । ইতিমধ্যে সদস্য পদ ত্যাগ কৰা সঞ্জয় সিং, ভুবনেশ্বৰ কলিতাৰ লগতে বিশ্বজিৎ দৈমাৰীয়ে প্ৰতিনিধিত্ব কৰি থকা…

শীঘ্রে সলনি হ’ব উঃ মাঃৰ পাঠ্যক্রম, বৃত্তিগত বিষয় বৃদ্ধি

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ  ৰাজ্যৰ শিক্ষা বিভাগত আমূল পৰিৱর্তন সাধনৰ উদ্দেশ্যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে গ্রহণ কৰিছে আন এক ব্যতিক্রমী পদক্ষেপ৷ ২০১০ বর্ষৰ পিছত প্রথমবাৰলৈ সলনি হ’ব উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্রম৷ যাৰ বাবে ইতিমধ্যে অসম…

ৰঙিয়াত বহিঃৰাজ্যৰ ২১ খন গৰুভর্তি ট্রাক জব্দ

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ অসমৰ মাজেৰে চলি থকা পশুধনৰ বৃহৎ চোৰাং ব্যৱসায় কালি পুৱতিনিশা আকৌ এবাৰ উন্মোচিত হৈ পৰিল । ৰাজনৈতিক পৃষ্ঠপোষকতাত বিগত প্ৰায় এমাহ ধৰি ট্ৰাকে ট্ৰাকে চোৰাং গৰু বাংলাদেশলৈ চালান দি থকাৰ বাতৰি নিয়মীয়া বাৰ্তাত প্ৰকাশ…

লখিমপুৰৰ আকাশত অত্যাধুনিক যুঁজাৰু বিমানৰ গর্জন

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ সোমবাৰৰ পৰা হঠাৎ যুঁজাৰু বিমানৰ গর্জনত কঁপিছে লখিমপুৰ৷ লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত সঘনে নামিছে ভাৰতীয় বায়ুসেনাৰ অন্যতম শক্তিৰূপে পৰিচিত ছুখই যুঁজাৰু বিমান৷ কালিৰে পৰা বিমানবন্দৰটোলৈ ছুখইৰ আগমনে ৰাইজক কৌতূহলী…

শ্বার্জিলৰ উর্দুত লিখা বহু তথ্য হোৱাটছএপৰ পৰা উদ্ধাৰ

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রদ্রোহৰ গোচৰত গ্রেপ্তাৰ হোৱা দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জেএনইউ) গৱেষক ছাত্র শ্বার্জিল ইমামৰ পৰা ক্রাইম ব্রাঞ্চে লাভ কৰিছে কেতবোৰ বিস্ফোৰক তথ্য৷ শ্বার্জিল ইমামৰ লেপটপ, ম’বাইল ফোনৰ পৰা দেশৰ…

প্রতিৰক্ষা খণ্ডত ৩ বিলিয়ন মার্কিন ডলাৰৰ চুক্তি ভাৰত–আমেৰিকাৰ

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ম’টেৰাৰ ‘নমস্তে ট্রাম্প’ত ঘোষণা কৰাৰ পিছত মঙলবাৰে ভাৰতৰ সৈতে প্রতিৰক্ষা খণ্ডত ৩ মিলিয়ন মার্কিন ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰিলে আমেৰিকা যুক্তৰাষ্ট্রই৷ নতুন দিল্লীৰ হায়দৰাবাদ ভ্রমণত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড…

বিপদত ৰিপুন বৰা; ৬ বছৰৰ মূৰত ডেনিয়েল তপ্ন হত্যাৰ গোচৰৰ পুনৰ শুনানি মুকলি

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ চাহ জনগোষ্ঠীৰ নেতা ডেনিয়েল তপ্নৰ হত্যাৰ গোচৰ পুনৰ খোল খাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত । সুদীৰ্ঘ ছয় বছৰৰ পিছত ন্যায়ালয়ে গোচৰটোৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ লোৱাৰ লগে লগে প্রদেশ কংগ্রেছৰ সভাপতি তথা…