চানমাৰিত কনিষ্টবলক দুর্ব্যৱহাৰ দুই বিধায়কৰ
নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ যান–বাহন আইন উলংঘা কৰা চালকৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰিছে জিলা পৰিবহণ বিভাগ আৰু যান–বাহন আৰক্ষীয়ে৷ গুৱাহাটী মহানগৰীৰ যান–জঁট নিয়ন্ত্রণৰ বাবে বিভাগীয় কর্তৃপক্ষই তৎপৰতা প্রদর্শন কৰি ধাৰাবাহিকভাৱে চলাইছে অভিযান৷…