নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোমাৰ আতংকত আত্মহনন কৰিলে এজন লোকে

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ছয়গাঁৱত চাঞ্চল্যকৰ ঘটনা। বোমাৰ আতংকত আত্মহত্যা এজন লোকৰ। মৃত লোকজনৰ নাম বুদ্ধেশ্বৰ চৌধুৰী। কিছুদিনৰ আগতে এই লোকজনৰ ঘৰত আক্ৰমণ কৰিছিল দুৰ্বৃত্তই আৰু এৰি থৈ গৈছিল ৫টাকৈ বোমা। তাৰপিছতো বিভিন্ন ভয়-ভাবুকিৰ সন্মুখীন…

দুটি কণমানিৰ পিতৃস্নেহৰ নিদৰ্শন

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ বাক্সা জিলাৰ মুছলপুৰ বাগানপাৰাৰ এটা কৰুণ দৃশ্য । এগৰাকী ১০ বছৰীয়া কন্যা আৰু এজন কিশোৰে ঠেলাৰে কঢ়িয়াই আনিছে নিজ পিতৃক । দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া মোহন লোহাৰ নামৰ এইগৰাকী ব্যক্তি এমাহ পূৰ্বে এক…

অসম চুক্তিৰ ৬নং দফা সমিতিৰ প্ৰতিবেদনত কি আছে?

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ অসম চুক্তিৰ ৬নং দফা প্ৰতিবেদন ৰূপায়ন সমিতিয়ে আজি দাখিল কৰিলে প্ৰতিবেদন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পূৰ্ণ কেবিনেটে গ্ৰহণ কৰে এই প্ৰতিবেদন। ২০১৯চনৰ ১৫ জুলাইত অৱসৰ…

কেজৰিৱালক কটাক্ষ এগৰাকী পৰিচালকৰ; ক’লে-আপোনাৰ টোপনী ধুনীয়া হৈছিল চাগৈ…

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ উত্তপ্ত হৈ আছে ৰাজধানী দিল্লী । দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ উত্তৰ-পূব প্ৰান্তত সোমবাৰে প্ৰতিবাদে বিক্ষোভৰ ৰূপ ধাৰণ কৰে । কা' বিৰোধী আৰু সমৰ্থনকাৰীৰ সংঘৰ্ষত এজন হেড কনিষ্টবলকে ধৰি…

অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ : ৫৮০ গৰাকী ছাত্ৰীক ডিগ্ৰী প্ৰদান

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ ২০১৪ চনত যোৰহাটত প্ৰতিষ্ঠা হোৱা অসম মহিলা বিশ্ববিদ্যালয়ৰ আজি প্ৰথম দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়। মুঠ পোন্ধৰটা বিভাগৰ ৫৮০ গৰাকী ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল তথা বিশ্ববিদ্যালয় খনৰ আচাৰ্য জগদীশ…

সোমবাৰে নিশা মঠঘৰীয়াত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ সোমবাৰে নিশা নুনমাটি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলায়। এই অভিযানৰ অন্তত নুনমাটি আৰক্ষীয়ে ড্ৰাগছ বিক্ৰী কৰি থকা হাতেলোটে আটক কৰে এজন ড্ৰাগছ ব্যৱসায়ীক । গোপন সূত্ৰৰ পম খেদি নুনমাটি থানাৰ আৰক্ষীৰ এটা বৃহৎ দলে…

কাকপথাৰৰ পৰা নিৰুদ্দেশ ৪ ছাত্ৰসহ এজন যুৱক

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ সঘনে আলফা(স্বাঃ)ৰ প্ৰতি আকৰ্ষিত হৈছে নেকি ছাত্ৰসমাজ। তিনিচুকীয়াৰ কাকপথাৰৰ নিৰুদ্দেশ ৪জন ছাত্ৰসহ এজন যুৱক। এই ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।         ইতিমধ্যে পৰিয়ালৰ লোকে ঘটনাসন্দৰ্ভত আৰক্ষী…

বিবৃতি দিয়া মানুহৰ কোনো কাম নাথাকে, কাক এইদৰে ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ 'ভগৱানে আমাক য'ত ৰাখিছে সেই আসনৰ পৰা জনতাক সেৱা কৰা আমাৰ দায়িত্ব, বহুত বেছি কোনে কি কৈছে কোনে কি কোৱা নাই ইমান ভিতৰলৈকে গ'লে কামবিলাক কোনে কৰিব । দৈনিক ৫০০ ফাইল চাব লাগে , ৬০০ মানুহ লগ কৰিব লাগে এইবোৰ কাম কোনে…

ৰাতি নহয় দিনতে বিলাসী বাহনত আহে চোৰ

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ শিৱসাগৰত এখন চেভ্ৰ'লেট বিলাসী গাড়ী। ইয়াত আহিছে দুজন যুৱক। হয়তো চেভ্ৰ'লেটত গাড়ীত অহা বাবে বহুতে ভাবিব এওঁলোক অভিজাত্য ঘৰৰ যুৱক বুলি । কিন্তু সেই যুৱক দুজন অভিজাত্য ঘৰৰ নহয় বৰঞ্চ ছাগলী চোৰহে। শিৱসাগৰৰ প্ৰগতি…

আগন্তুক ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ 'প্ৰথমখন আসনত বিজেপিয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব আৰু দ্বিতীয়খন আসন মিত্ৰগোষ্ঠীক এৰি দিব লাগিব । তৃতীয়খন আসনৰ বাবে যিদৰে আমি কৌশল প্ৰয়োগ লাগে কৰিম , অৱশ্য়ে তৃতীয়খন আসনৰ বাবে আমি প্ৰতিদ্বন্দিতা আগবঢ়াব নালাগে কিয়নো…