আজমল–শ্বার্জিলৰ ফটো অসম আৰক্ষীৰ হাতত
নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রদ্রোহৰ গোচৰত গ্রেপ্তাৰ হোৱা দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জে এন ইউ) গৱেষক ছাত্র শ্বার্জিল ইমামৰ অসমৰ সৈতে পূর্বৰে পৰা সম্পর্ক আছিল৷ দেশ বিভাজনৰ প্রৰোচনামূলক মন্তব্য কৰি দেশৰ অখণ্ডতাৰ প্রতি…