নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা টি–২০ বিশ্বকাপত দ্বিতীয় জয়লাভ ভাৰতৰ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ আই চি চি মহিলা টি–২০ বিশ্বকাপত দ্বিতীয় বিজয় সাব্যস্ত কৰিছে ভাৰতে৷ পার্থৰ ৱাকা ষ্টেডিয়ামত কালি অনুষ্ঠিত গ্রুপৰ এখন মেচত হৰমনপ্রীত কৌৰ নেতৃত্বাধীন দলটোৱে বাংলাদেশক ১৮ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ বাংলাদেশৰ…

আজি চেন্নাইনৰে খেলি হতাশাৰ ছিজন সামৰিব নর্থ–ইষ্টে

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিক্ছ ষ্টেডিয়ামত আজি চেন্নাইনৰ বিপক্ষে খেলি হতাশাৰ ছিজন সামৰিব নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে৷ মন কৰিবলগীয়া যে চলিত ষষ্ঠ হিৰো ইণ্ডিয়ান ছুপাৰ লীগৰ অন্তিমখন লীগ…

দিল্লী বিধানসভাঃ ৰাম নিৱাস গোৱেল অধ্যক্ষ নির্বাচিত

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ক্রমাগত দ্বিতীয়বাৰৰ বাবে দিল্লী বিধানসভাৰ অধ্যক্ষ হিচাপে নির্বাচিত হৈছে আম আদমী পার্টীৰ বিধায়ক ৰাম নিৱাস গোৱেল৷ কালি উপ–মুখ্যমন্ত্রী মনীষ ছিছ’ডিয়াই গোৱেলৰ নাম প্রস্তাৱ কৰাৰ পিছত সর্বসন্মতিক্রমে তেওঁৰ নাম গৃহীত…

ট্রাম্পৰ টাই, মেলানিয়াৰ পোছাকক লৈ টুইটাৰত চর্চা

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ দুদিনীয়া কার্যসূচীৰে ভাৰতলৈ অহা মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু তেওঁৰ পত্নী তথা ফার্ষ্ট লেডী মেলানিয়া ট্রাম্পে আহমেদাবাদৰ বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগেই কোটি কোটি ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ হৈছিল বিশেষ…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ খৰচ পাতি ৰোধ কৰাত যত্ন কৰক৷ প্রাপ্য ধন হ’লেও সময়ত হাতলৈ নহাত আহুকালত পৰিব৷ বিদ্যাত বেয়া নহয়৷ প্রেমত বাধা আছে৷ ৰাজনীতিত বিশেষ সতর্ক হওক৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷ বৃষঃ মনটো দুর্বল থাকিলেও দুই–এটা দিশৰ পৰা অনুকূল ফল লাভ কৰিব৷…

আৱেগ–অনুভূতিবোৰ বুজোঁ আহক

ডাঃ কমল কৃষ্ণ নাথ আৱেগ–অনুভূতিবোৰ আমাৰ সম্পূর্ণ নিজা সম্ভাৰ ৷ আৱেগ–অনুভূতিয়ে মানুহক চিৰ নতুন, প্রাণচঞ্চল আৰু সৃষ্টিকামী কৰি ধৰি ৰাখিছে৷ জীৱ–জন্তুৰ মাজতো আৱেগ–অনুভূতি আছে, কিন্তু ই একেবাৰে আদিম অৱস্থাত আছে৷ বহু সময়ত দেখা যায় মানুহৰ…

উচ্চ ৰক্তচাপ আৰু ফলৰ ৰস

শেহতীয়া গৱেষণাত প্রকাশ পোৱা তথ্যানুযায়ী দিনে এগিলাচ ফলৰ ৰস দেহৰ কাৰণে উপকাৰী হোৱাৰ বিপৰীতে সমস্যাৰ কাৰকো হ’ব পাৰে৷ মাজে মাজে ফলৰ ৰস পান কৰাসকলৰ তুলনাত দৈনিক ফলৰ ৰস পান কৰাসকল বেছিকৈ উচ্চ ৰক্তচাপত ভোগে৷ ফলত ৰসত থকা চেনিজাতীয় উপাদানৰ মাত্রা…

সুস্বাস্থ্য আৰু সৰল জীৱন যাপন

বন্তি বৰঠাকুৰ বৰুৱা মানৱ জীৱনত প্রয়োজনৰ অন্ত নাই৷ আজি যদি এবিধ নতুন সামগ্রী বজাৰত ওলাইছে, সেইটো আনি ব্যৱহাৰ কৰি থাকোঁতেই আন এক কোম্পানীয়ে ব্যৱসায়িক লাভালাভৰ উদ্দেশ্যে নতুন চমক দি একেবিধ সামগ্রীকেই খুব কম সময়ৰ ব্যৱধানত বজাৰত উলিয়াই…

সন্তানহীনতাৰ সহজ আয়ুর্বেদিক চিকিৎসা

ডাঃ নিতুল বৈশ্য, ফোন : ৭৮৯৬২–৪৬০০১ আজি কিছু বছৰ আগলৈ ছোৱালী সন্তান জন্মৰ ধাৰণাটোক এচাম অশিক্ষিত–ন্ধবিশ্বাসী আৰু তথাকথিত শিক্ষিত সমাজ ব্যৱস্থাই সহজভাৱে গ্রহণ কৰিব পৰা নাছিল৷ কন্যা সন্তানক পৰিয়ালৰ বোজা বুলি আৰু পুত্র সন্তান জন্মদাত্রী…

ডিপ্রেছন

শ্যামলিমা শর্মা, পুষ্টি বিশেষজ্ঞ ডিপ্রেছন হ’ল এক মানসিক ব্যাধি৷ ইয়াৰ লক্ষণ, প্রকোপ আৰু কিমান সঘনাই হয় তাৰ ভিত্তিত ডিপ্রেছনক মৃদু, মধ্যমীয়া অথবা তীব্র বুলিব পৰা যায়৷ তথ্য অনুসৰি সমগ্র বিশ্বৰ ভিতৰতে ভাৰতবর্ষ হৈছে আটাইতকৈ বিষাদগ্রস্ত…