নিজে নিজৰ চিকিৎসা নকৰিব
ডাঃ ৰাজীৱ লোচন শর্মা
কেইদিনমান আগতে দূৰণিবটীয়া বিয়া এখনলৈ গৈছিলোঁ৷ বাছত খিৰিকীৰ কাষৰ আসনত বহি চকু মুদি গৈ আছেছা একান্তমনে৷ হঠাতে কাণত পৰিল ওচৰতে বহা মানুহ দুজনৰ কথোপকথন৷ এনেয়ে হ’লে মন নকৰিলোঁহেঁতেন, কিন্তু ডাক্তৰ আৰু ঔষধ শব্দকেইটা…