নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমলৈ পৰিভ্রমী পক্ষীৰ আগমন

পৃথিৱীৰ পখীসমূহে ৰাজনৈতিক আৰু ভৌগোলিক সীমা অতিক্রম কৰি এখন দেশৰ পৰা অন্য এখন দেশলৈ অতি সহজে ভ্রমণ কৰিব পাৰে৷ শীতৰ প্রভাৱত খাদ্যৰ নাটনিৰ সম্ভাৱনা দেখিলেই পখীসমূহে খাদ্যসুলভ স্থানলৈ গতি কৰে, শীতৰ আগমনৰ লগে লগে অসমৰ বুকুলৈ জাকে জাকে পৰিভ্রমী…

অসম আৰু বায়ু প্রদূষণ

এখন ইংৰাজী দৈনিকৰ যোৱাবর্ষৰ ১৩ নৱেম্বৰ সংখ্যাত চমু বাতৰিৰ সৈতে ওলোৱা এখন ফটো পঢ়ুৱৈয়ে নিশ্চয় দেখিছে৷ ফটোখন আছিল তিনিচুকীয়াৰ ওচৰৰ লাইপুলিৰ বিবেকানন্দ কেন্দ্র বিদ্যালয়ৰ নৱম শ্রেণীৰ এগৰাকী ছাত্রীৰ, মুখত মাস্ক পিন্ধি চাবুৱাৰ এক ব্যস্ত অঞ্চলত…

প্রকৃতি বিনাশ; বিশ্ব অর্থনীতিত নেতিবাচক প্রভাৱ

প্রকৃতি সুৰক্ষা আৰু সংৰক্ষণৰ বাবে শীঘ্রে ফলপ্রসূ পদক্ষেপ গ্রহণ নকৰিলে পৃথিৱীৰ পৰিৱেশ–প্রকৃতি বিনাশৰ মাত্রা আৰু অধিক বৃদ্ধি পাব৷ যিয়ে পৃথিৱীৰ আর্থিক বিকাশৰ হাৰত প্রচণ্ড প্রভাৱ পেলাব৷ মানৱ জাতিৰ বাবে উন্নয়নৰ কাম–কাজত ব্যাঘাত জন্মিব৷ প্রকৃতিৰ…

আমাজন ৰক্ষা; আমৃত্যু সংগ্রামৰ সংকল্প আদিবাসীৰ

আমাজনৰ বর্ষাৰণ্য ধ্বংসৰ বাবে ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ ব’লছ’নাৰোৱে ধুনকুবেৰ উদ্যোগপতি তথা ক’পৰেট গোষ্ঠীক বিশেষ সুযোগ দিয়া ঘটনাই বিশ্বজুৰি সৃষ্টি কৰিছে প্রতিক্রিয়া৷ আমাজনৰ বর্ষা অৰণ্য ধ্বংসৰ হাৰ চৰকাৰী উদ্যোগতেই অভাৱনীয়ভাৱে বৃদ্ধি পোৱা বুলিও…

সৱৰমতী আশ্ৰমত উপস্থিত হ’ল ট্ৰাম্প

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ আহমেদাবাদ বিমানবন্দৰৰ পৰা পোনে পোনে জাতিৰ পিতা মহাত্মা গান্ধীৰ সৱৰমতী আশ্ৰমত উপস্থিত হয় মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প । আশ্ৰমত উপস্থিত হোৱাৰ পাচতেই ৰাষ্ট্ৰপতি আৰু পত্নী মেলেনিয়া ট্ৰাম্পক আদৰণি জনোৱা হয়…

হোজাইত দুৰ্ঘটনা ৰোধৰ লক্ষ্যৰে ডবকা আৰক্ষীক আজমল ফাউণ্ডেচনৰ বেৰিকড প্ৰদান

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ বিগত কিছুদিনৰ পৰা হোজাই জিলাৰ বিভিন্ন প্ৰান্তত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ বিশেষকৈ ডবকাৰ ৩৬ নং আৰু নীলবাগানৰ ৫৪ নং চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত যোৱা সপ্তাহত তীব্ৰবেগী ট্ৰাক ডাম্পাৰৰ খুন্দাত সাততাকৈ অধিক…

কি কি কাৰ্যসূচীত অংশ ল’ব ট্ৰাম্পে ?

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ আহমেদাবাদত উপস্থিত হোৱাৰ পাচতেই এতিয়া সৱৰমতী আশ্ৰমলৈ ৰাওনা হৈছে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু পত্নী মেলেনিয়া ট্ৰাম্প । সৱৰমতী আশ্ৰমত প্ৰায় ২০ মিনিট সময় কটোৱাৰ পাচত ম'টেৰালৈ যাব ৰাষ্ট্ৰপতি গৰাকী । য'ত ট্ৰাম্পক…

ভাৰতত উপস্থিত হ’ল মাৰ্কিন ৰাষ্ট্ৰপতি

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ এয়াৰফৰ্চ ৱানৰ বিশেষ বিমানেৰে ক্ষন্তেক সময়ৰ পূৰ্বে আহমেদাবাদ বিমানবন্দৰত উপস্থিত হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প । ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীক আদৰণি জনাবৰ বাবে বিমান…

উটি আহিছে চিমেণ্ট, আকৌ পাছিঘাটত ঘোলা চিয়াঙৰ পানী

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ পুনৰ ঘোলা হৈছে চিয়াঙৰ পানী৷ অসম–ৰুণাচল প্রদেশৰ সীমান্তৱর্তী পাছিঘাটত নদীখনৰ পানী সম্প্রতি ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে৷ পানীৰ তলত অহর্নিশে উটি আহিছে চিমেণ্টজাতীয় পদার্থ৷ জলপৃষ্ঠৰ এনে অস্বাভাৱিক পৰিৱর্তনে নদীখনত…

দিল্লীত আজমলৰে বৈঠকত বহিছিল শ্বাৰ্জিল

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ আৰক্ষীৰ মাৰাথন জেৰাত এটাৰ পাছত আন এটাকৈ বিস্ফোৰক তথ্য সদৰী কৰিছে ৰাষ্ট্রদ্রোহৰ গোচৰত গ্রেপ্তাৰ হোৱা দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জে এন ইউ) গৱেষক ছাত্র শ্বার্জিল ইমামে৷ দেশ বিভাজনৰ প্রৰোচনামূলক…