আগ্ৰাত উপস্থিত হ’লগৈ ড’নাল্ড ট্ৰাম্প
নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ দুদিনীয়া ভাৰত ভ্ৰমণৰ বাবে ভাৰতলৈ অহা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ইতিমধ্যে উপস্থিত হৈছে আগ্ৰাত । আগ্ৰাত উপস্থিত হৈ তাজমহল দৰ্শন কৰিব ট্ৰাম্পে । উল্লেখ্য যে, সোমবাৰে পুৱাৰ ভাগত আহমেদাবাদত…