নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্কিন ৰাষ্ট্ৰপতিক চাবলৈ মটেৰা ষ্টেডিয়ামত অগণন লোকৰ ভিৰ

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ আজি ভাৰতলৈ আহিব মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প । ভাৰতত উপস্থিত হৈয়ে আহমেদাবাদৰ নৱনির্মিত চর্দাৰ বল্লভভাই পেটেল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ‘নমস্তে ট্রাম্প’ কার্যসূচীত অংশ ল'ব ভাৰতৰ প্ৰধানমন্ত্ৰী…

মাৰ্কিন ৰাষ্ট্ৰপতিক আদৰিবলৈ আহমেদাবাদত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলেনিয়া ক্ষন্তেক সময়ৰ পিছত আহমেদাবাদত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক আদৰিবলৈ ইতিমধ্যে নতুন দিল্লীৰ পৰা আহমেদাবাদত উপস্থিত…

কোচ ৰাজবংশীসকলক অন্ধকাৰত ৰাখি বিটিআৰ চুক্তি- হিতেশ্বৰ বৰ্মন

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ পৃথক কমতাপুৰ ৰাজ্য গঠন, কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু সাংবিধানিক সুৰক্ষাৰ দাবীত কোকৰাঝাৰৰ ডিমলগাঁৱৰ বাখৰাত এক বিশাল গণসমাৱেশ অনুষ্ঠিত হয়৷ আক্রাছুৰ উদ্যোগত তথা কোচ ৰাজবংশী সাহিত্য সভা, কোচ ৰাজবংশী…

গ্রাম্য অর্থনীতিৰ বিকাশ হ’লে আগবাঢ়িব ৰাজ্যৰ অর্থনীতি

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ বহু প্রত্যাহ্বানৰ মাজেৰে সেৱা আগবঢ়াই আছে পশুপালন বিভাগৰ কর্মচাৰীসকলে৷ গাঁৱৰ দৰিদ্র লোকসকলৰ মাজত দায়িত্ব পালন কৰি আহিছে এইসকল পশুপালন বিভাগৰ ক্ষেত্র সহায়ক কর্মচাৰীয়ে৷ গ্রামাঞ্চলৰ সাধাৰণ ৰাইজৰ অর্থনৈতিক দিশ জডিত…

নিষ্পত্তিহীন গোচৰেৰে ভৰি থকা সত্ত্বেও দায়িত্ব দিব নোৱাৰাটো দুর্ভাগ্য

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) পৰা বাদ পৰা লোকসকলৰ গোচৰ নিষ্পত্তিৰ বাবে নতুনকৈ স্থাপন কৰা দুই শতাধিক বিদেশী ন্যায়াধিকৰণ কার্যক্ষম কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে গ্রহণ কৰা নৰম স্থিতি পুনৰ এবাৰ উন্মোচিত হৈছে উচ্চ…

ট্রাম্পৰ ভ্রমণৰ পূর্বে ভাগিল ম’টেৰা ষ্টেডিয়ামৰ প্রৱেশ তোৰণ

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ আহমেদাবাদৰ নৱনির্মিত চর্দাৰ বল্লভভাই পেটেল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ‘নমস্তে ট্রাম্প’ কার্যসূচীৰ এদিন পূর্বে এক অঘটন সংঘটিত হয়৷ সোমবাৰে পুৱা ষ্টেডিয়ামৰ ভি ভি আই পিৰ প্রৱেশ তোৰণখন ধুমুহাৰ বাবে খহি পৰে৷ এই…

ড’নাল্ড ট্রাম্পৰ ভ্রমণৰ পূর্বে অভূতপূর্ব নিৰাপত্তা

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ভাৰত ভ্রমণৰ প্রাকমুহূর্তত দিল্লীত অভূতপূর্ব নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে৷ দিল্লীৰ বিভিন্ন স্পর্শকাতৰ অঞ্চলত অর্ধসামৰিক বাহিনী আৰু সেনাই তীক্ষ্ণ নিৰাপত্তা বেষ্টনী গঢ়ি…

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ভাৰত ভ্ৰমণৰ সম্পূৰ্ণ কাৰ্যসূচী-

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ দুদিনীয়া কার্যসূচীৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প, ফার্ষ্ট লেডী মেলানিয়া ট্রাম্প আৰু তেওঁলোকৰ জী–জোঁৱাই ক্রমে ইভানকা আৰু জাৰেড কুছনাৰ ভাৰত ভ্রমণলৈ আহিব৷ লগত থাকিব এটা উচ্চ পর্যায়ৰ সঁজাতী দল৷ বিদেশ…

প্রাকৃতিক পৰিৱেশত মঞ্চস্থ নাটত মন্ত্রমুগ্ধ শ শ দর্শক

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ গুৱাহাটীয়ে মামণি ৰয়ছম গোস্বামীৰ কাহিনীৰ আধাৰত পাকিজা বেগমে ৰচনা কৰাৰ লগতে পৰিচালনা কৰা নাট ‘পদ্মপ্রিয়া’, দ্বিতীয় দিনা মুখা বৰপেটাই মনজিৎ দাসৰ কাহিনীৰ আধাৰত নির্মল দাসে ৰচনা আৰু পৰিচালনা কৰা নাট ‘মনৰ চিলা’,…

ড০ লক্ষ্মীনন্দন বৰাক জীৱনজোৰা সাধনা লোকনাথ গোস্বামীক সংগীত সূর্য বঁটা প্রদান

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ অগ্রণী সাংস্কৃতিক অনুষ্ঠান ‘প্রহেলিকা’ই বিগত বর্ষসমূহৰ দৰে এইবাৰো ৰাজ্যৰ বিভিন্ন ক্ষেত্রৰ লগত জড়িত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক অসম সূর্য বঁটা–২০২০ প্রদান কৰে৷ এই উপলক্ষে গুৱাহাটীৰ কনকলাল বৰুৱা প্রেক্ষাগৃহত এক…