নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰুহানত ভাৰতৰ বিমানৰ প্রৱেশৰ অনুমতি নাই

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ অভিকেন্দ্র হিচাপে চিহ্ণিত হোৱা চীনৰ হুবেই প্রদেশৰ ৱুহান চহৰত বিশেষ ভাৰতীয় বিমান প্রৱেশৰ ক্ষেত্রত অনুমতি দিয়াত কোনোধৰণৰ বিলম্ব ঘটোৱা নাই বেইজিং প্রশাসনে ৷ এই বিষয়টোক লৈ বিভিন্ন মহলে চীনৰ…

জম্মু–কাশ্মীৰ আৰক্ষীক দিয়া হ’ব অত্যাধুনিক অস্ত্র

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ জন্মু–কাশ্মীৰ আৰক্ষীয়ে অত্যাধুনিক প্রযুক্তিৰ অস্ত্র ইয়াৰ কর্মী তথা বিষয়াসকলক প্রদান কৰাৰ সিদ্ধান্ত লৈছে ৷ বিশেষকৈ সন্ত্রাস প্রতিৰোধী অভিযানত আৰক্ষীৰ জোৱান তথা কর্মীসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ এই অত্যাধুনিক…

৭ হাজাৰ বছৰ পূর্বে ছাহাৰাত আছিল বিশাল জলভাণ্ডাৰ

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ বিশাল মৰু অঞ্চল ছাহাৰা একালত পৃথিৱীৰ বৃহত্তম জলাশয়৷ মৰুময় ছাহাৰা ৭ হাজাৰ বছৰ পূর্বলৈ আছিল বিশাল জলভাণ্ডাৰ৷ শেহতীয়াকৈ মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাই সংগ্রহ কৰা আলোকচিত্রত এই তথ্য পোহৰলৈ আহিছে৷ ‘মেগা চাড’…

পুনৰ গ্রে লিষ্টতে থাকিল পাকিস্তান

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ সন্ত্রাসবাদী সংগঠনক পুঁজি যোগান ধৰাৰ ঘটনাৰ নিৰীক্ষক হিচাপে থকা আন্তর্জাতিক সংস্থা ফাইনেন্সিয়েল একচন ফ’চ (এফএটিএফ)ৰ গ্রে লিষ্টতেই থাকিল পাকিস্তান৷ পেৰিছস্থিত সংস্থাটোৰ ৩৯ সদস্য ৰাষ্ট্রই কালি পাকিস্তানক লৈ তীব্র…

বাইকেৰে গুৱাহাটীত উপস্থিত মথুৰাৰ দম্পতী স্নেহালয়ৰ আৱাসীৰে মত বিনিময়

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ পানী যিদৰে প্রাণীৰ প্রাণ, সেইদৰে আধুনিক যুগত বিদ্যুতো মানৱ সমাজৰ বাবে প্রয়োজনীয় সম্পদ৷ বিদ্যুৎ অবিহনে আধুনিক সমাজ অচলপ্রায় বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ কিন্তু এই কথা জানিও একাংশ লোকে পানী আৰু বিদ্যুতৰ…

তেজপুৰৰ সেউজ গ্রন্থমেলাঃ আবণ্টিত ধন শৰাধৰ ফন্দি আয়োজক সমিতিৰ

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদোগত আৰু চাহ জনগোষ্ঠী সাহিত্য সভাৰ সহযোগত প্রকাশন পৰিষদৰ দ্বাৰা শোণিতপুৰ জিলাত অনুষ্ঠিত হ’ব লগা দ্বিতীয় বার্ষিক সেউজ গ্রন্থমেলাক লৈ অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্রীয়…

আজিৰ পৰা তেজপুৰত অসম প্রকাশন পৰিষদৰ সেউজ গ্রন্থমেলা

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ আজিৰ পৰা ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ নেহৰু ময়দানত (চার্চ ফিল্ড) চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা অসম প্রকাশন পৰিষদৰ ‘দ্বিতীয় সেউজ গ্রন্থমেলা’ৰ স্থলীত চাহ জনগোষ্ঠীক প্রতিনিধিত্ব কৰা এশজন বিশিষ্ট লেখক–সাহিত্যিকে…

নির্বাচনত আদিবাসী এলেকাত বিজেপিৰ প্রৱেশ নিষিদ্ধ

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ অসমৰ আদিবাসীসকলক অনুসূচিত জনজাতিৰ মর্যাদা প্রদান কৰি শীঘ্রেই আদিবাসী শান্তি চুক্তি ৰূপায়ণ কৰাৰ দাবীত ঢেকীয়াজুলিত আছাৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আদিবাসী জাতীয় মহাসভাৰ সহযোগত শুকুৰবাৰে বিশাল গণ…

ৰাজগড় ৰোডৰ এটিএমত ওলাল জালনোট অভিযোগ দিবলৈ যোৱা গ্রাহকক নির্যাতন বেংক বিষয়াৰ

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ আচল নহয়, এইবাৰ নকল টকা ওলাল ভাৰতীয় ষ্টেট বেংকৰ এ টি এমৰ পৰা৷ নকল নোট লাভ কৰা গ্রাহকজনে অভিযোগ দিবলৈ গৈ নির্যাতনৰ সন্মুখীন হ’ব লগা হয় বেংক কর্মচাৰীৰ৷ এই ঘটনাটো সংঘটিত হয় চানমাৰি থানা এলেকাৰ ৰাজগড ৰোডত৷ উল্লেখ্য…

দুদিনীয়া ভ্রমণসূচীৰে মাজুলীত সর্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ মুখ্যমন্ত্রী তথা মাজুলী সমষ্টিৰ বিধায়ক সর্বানন্দ সোণোৱাল দুদিনীয়া চৰকাৰী ভ্রমণসূচী লৈ শুকুৰবাৰে দিনৰ ১.১৫ বজাত বিশেষ হেলিকপ্টাৰেৰে মাজুলীৰ গড়মূৰত উপস্থিত হয় ৷ প্রথমে গড়মূৰ কাছাৰী ময়দানৰ পৰা আৱর্ত ভৱনলৈ যায়…