নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত অধ্যাপকৰে গোপন বৈঠকত মিলিত হৈছিল শ্বাৰ্জিল

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ বিচ্ছিন্নতাবাদী মন্তব্যৰে দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা শ্বাৰ্জিল ইমামে আৰক্ষীৰ জেৰাত কেতবোৰ বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে । ৰাষ্ট্ৰদোহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা শ্বাৰ্জিলৰ অসমৰ সৈতে পূৰ্বৰে পৰা সম্পৰ্ক…

বৰপেটাৰ ক্লাব ৰাইনো

মুনীন্দ্র কুমাৰ দাস, বৰপেটা ফোন ৯৪৩৫৩–২০৫৯৪ ১৯৭৯ চনৰ ১৫ আগষ্টত বৰপেটাৰ কেইজনমান অত্যুৎসাহী যুৱকৰ আশাশুধীয়া প্রচেষ্টাত এটি স্বেচ্ছাসেৱী সংগঠন হিচাপে ক্লাব ৰাইনো আনুষ্ঠানিকভাৱে গঠন কৰা হয়৷ ক্লাবৰ মূল উদ্দেশ্য আৰু লক্ষ্য আছিল দুখীয়া লোকৰ…

শিৱসাগৰৰ মহানুভৱী চিকিৎসক প্রসন্ন কুমাৰ বৰদলৈ

ববিতা ভৰালী ফোনঃ ৮৬৩৮১–৯৫৩২৪ স্বাস্থ্যই হৈছে মানৱ জীৱনৰ পৰম ধন৷ নিজৰ লগতে পৰিয়ালটোৰ প্রতিগৰাকী সুস্বাস্থ্যৰ অধিকাৰী হোৱাটো প্রতিজন লোকে বিচাৰে৷ কিন্তু বর্তমান সময়ত ব্যস্ত জীৱনৰ বিশৃংখল জীৱন প্রণালী, বিভিন্ন ৰাসায়নিক সাৰযুক্ত খাদ্য সেৱন,…

পাষাণ মাতৃৰ জঘন্য কাণ্ড, নলাৰ কাষৰ গোৱৰৰ দ’মত পেলালে নৱজাতক

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ ডিমৌত। ডিমৌৰ থাওৰা চাহ বাগিচাৰ ১২নং লাইনত উদ্ধাৰ এটি নৱজাতক।      নলাৰ কাষৰ এটা গোৱৰৰ দ'মৰ পৰা পুৱা স্থানীয় লোকে দেৱশিশুটিক উদ্ধাৰ কৰে। শিশুটিক উদ্ধাৰ কৰি ডিমৌ আদৰ্শ…

লখিমপুৰত মাছৰুমৰ খেতিৰে স্বাৱলম্বনৰ সপোন পৰশজ্যোতিৰ

জগত গগৈ ফোনঃ ৯৬১৩৪-৯৯২২৭ ৰাজ্যখনত যিটো সময়ত একাংশ শিক্ষিত নিবনুৱাই চৰকাৰী সংস্থাপনৰ পৰা বিমুখ হৈ বহিঃৰাজ্যলৈ ঢ়াপলি মেলিছে, ঠিক তেনে সময়তে এসময়ৰ কলিয়াপানী লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ এলেকাৰ ভোলাবৰি গাঁও পঞ্চায়তৰ অন্তর্গত ভৰপূৰ…

উত্তৰ প্রদেশৰ সোণভদ্রাত আছে ৩৩৫০ টন সোণৰ ভাণ্ডাৰ

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ উত্তৰ প্রদেশৰ সোণভদ্রা জিলাত ওলাইছে সোণৰ ভাণ্ডাৰ ৷ ভাৰতীয় ভূতাত্ত্বিক জৰীপ (জিএছআই) আৰু উত্তৰ প্রদেশ ভূতত্ত্ব তথা খনি বিভাগৰ সঞ্চালকালয়ে জিলাখনৰ ভূগর্ভত বৃহৎ পৰিমাণৰ সোণ থকা বুলি ঘোষণা কৰিছে ৷ সংবাদ মাধ্যমৰ…

বিশ্বৰ ক্ষুদ্র শিৱলিংগ সৃষ্টিৰে অভিলেখ ওড়িশাৰ ভাস্কৰ এছৱাৰ ৰাওৰ

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ বিভিন্ন সময়ত অতি ক্ষুদ্র ভাস্কর্য সৃষ্টিৰ জৰিয়তে দেশজুৰি জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হোৱা ওড়িশাৰ প্রখ্যাত ভাস্কৰ এল এছৱাৰ ৰাৱে মহাশিৱৰাত্রি উপলক্ষে ক্ষুদ্রতম শিৱলিংগ এটা সৃষ্টি কৰিছে ৷ এডাল পেঞ্চিলৰ নিবত ০.৫…

ৱেলিংটনত টেষ্ট বেক ফুটত ভাৰত

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ গতি আৰু বাউঞ্চেৰে ভৰা ৱেলিংটনৰ বেছিন ৰিজার্ভত আশংকা কৰা অনুসৰিয়ে বেটিং বিপর্যয়ৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া৷ শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা প্রথম টেষ্টৰ প্রথম দিনা বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে ১৬৫ ৰানতে আটাইকেইটা…

ড’নাল্ড ট্রাম্পৰ পুনৰ নির্বাচনত সহায় কৰিব মস্কো প্রশাসনে

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক পুনৰ হোৱাইট হাউছৰ শীর্ষ পদবীলৈ নির্বাচিত কৰাৰ বাবে হস্তক্ষেপ কৰিব পাৰে ৰাছিয়াই৷ আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহে এই সতর্কবাণী কৰিছে৷ আগন্তুক নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া…

চীনৰ কাৰাগাৰলৈও বিস্তাৰ ঘটিছে ক’ৰোনাৰ

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ অভিকেন্দ্র হিচাপে চিহ্ণিত চীনৰ হুবেই প্রদেশৰ ৱুহানত শেহতীয়াকৈ কাৰাগাৰবোৰলৈও বিস্তাৰ ঘটিছে ক’ৰোনাৰ৷ লগে লগে বেইজিং প্রশাসনৰ সন্মুখত সৃষ্টি হৈছে নতুন প্রত্যাহ্বান৷ হুবেইৰ স্বাস্থ্য বিভাগে…