UPPL নে BPF ! বিজেপিয়ে খুলিব মিত্ৰতাৰ দুৱাৰ
নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ আগন্তুক বিটিচি নিৰ্বাচনক লৈ এতিয়া ৰাজনৈতিক ধুমুহা বলিছে বড়োভূমিত । ইউপিপিএল আৰু বিপিএফৰ মাজত চূড়ান্ত বাক-বিতণ্ডা অব্যাহত থকাৰ মাজতে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত দাসে ব্যক্ত কৰিলে মিত্ৰতাৰ…