নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৭০ অনুচ্ছেদ, ‘কা’ৰ সিদ্ধান্তত আমি অটল

নিয়মীয়া বাৰ্তা ১৭ ফেব্রুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেওবাৰে নিজ সংসদীয় সমষ্টি বাৰাণসীত ৩০খনতকৈও অধিক আঁচনি মুকলি কৰে৷ মুঠ ১,২০০ কোটি টকাৰ আঁচনিৰ অন্তর্ভুক্ত মূল আঁচনিৰ অন্যতম আছিল চিকিৎসালয়, পথ, উৰণীয়া সেতু, চহৰৰ সৌন্দর্যবর্ধন আদি৷…

৩০ দিনত মেৰামতি নকৰিলে গণতান্ত্রিক আন্দোলনৰ হুংকাৰ ৰাইজৰ

নিয়মীয়া বাৰ্তা ১৭ ফেব্রুৱাৰীঃ শাসনাধিষ্ঠিত বিজেপি চৰকাৰে ৰাজ্যখনৰ বাট–পথৰ উন্নয়ন সাধন কৰা বুলি ঢ়াক–ঢ়োল বজাই আছে যদিও বর্তমানেও বিকশিত অসমত বাট–পথৰ উন্নয়ন সাধন হোৱা নাই৷ নির্লিপ্ত বিধায়ক হিচাপে আখ্যা পোৱা বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ…

বালি–মাটিৰ ওপৰত ঠিকাদাৰে চলাইছে পথৰ কাম

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ দৰঙৰ দলগাঁও সমষ্টিত গডকাপ্ঢানী বিভাগৰ পথ নির্মাণত ব্যাপক দুর্নীতি হোৱাৰ অভিযোগ উঠিছে৷ অভিযোগ মতে, শিল নিদিয়াকৈ ঠিকাদাৰে মাত্র বালি–মাটিৰ ওপৰত পকী পথ নির্মাণ কৰাৰ দৰে আজব কাণ্ড সংঘটিত হৈছে দলগাঁৱৰ এটা পথৰ…

১৩টাকৈ বঁটাৰে ফিল্মফেয়াৰত উজলিল ‘গল্লীবয়’

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ বলীউডৰ তাৰকা–মহাতাৰকাৰ অংশগ্রহণেৰে শনিবাৰে নিশা গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হৈ যায় বর্ণাঢ়্য ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠান৷ ২০১৯ বর্ষত বক্স অফিচত মুক্তি লাভ কৰা ছবিসমূহৰ মাজত বিতৰণ কৰা হয়…

পাঠ্যক্রমত অসমীয়া অন্তর্ভুক্ত নকৰে কেন্দ্রীয় বিদ্যালয়ে

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃঅসমৰ সকলো কেন্দ্রীয় বিদ্যালয়ত অসমীয়া বিষয় পাঠ্যক্রমত অন্তর্ভুক্ত কৰিবলৈ দাবী জনাই অহাৰ পাছতো বিদ্যালয় কর্তৃপক্ষই বিষয়টো সম্পূর্ণৰূপে অৱহেলা কৰা বুলি অভিযোগ কৰিছে কেন্দ্রীয় বিদ্যালয় অভিভাৱক সন্থাই৷ দেওবাৰে…

গোৰেশ্বৰৰ বিশাল সমাৱেশত বিটিচি নির্বাচন বর্জনৰ হুংকাৰ অবড়ো সুৰক্ষা সমিতিৰ

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ বি টি এ ডিত বসবাস কৰা অবড়োসকলৰ স্বার্থৰ হকে সমগ্র অসমবাসীয়ে মাত মাতিব লাগিব৷ বি টি আৰ চুক্তিৰ সময়ত অবডো ৰাইজক আস্থাত নল’লে বিজেপি চৰকাৰে৷ বিজেপিয়ে ছল–চাতুৰিৰে শাসন চলাই জনসাধাৰণক বিভ্রান্ত কৰিছে৷ –এই মন্তব্য…

মালিকৰ বিৰুদ্ধে শ্রমিকক শোষণৰ অভিযোগ

নিয়মীয়া বার্তা, ১৭ ফেব্রুৱাৰীঃ মহানগৰীৰ সমীপৱর্তী পানীখাইতীৰ ইটাভাতাত শ্রমিকক প্রাপ্য সা–সুবিধাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে মালিকপক্ষৰ বিৰুদ্ধে৷ উত্থাপিত অভিযোগ অনুসৰি মালিকপক্ষই অধিক মুনাফা লাভৰ উদ্দেশ্যে শ্রমিকসকলক নূ্যনতম…

ঐতিহাসিক উমানন্দ দেৱালয়ত গছপুলি ৰোপণ কার্যসূচী সম্পন্ন

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ দেওবাৰে উমানন্দ দেৱালয় প্রাংগণত voice of enviornment’ নামৰ পৰিৱেশ বিষয়ৰ স্বেচ্ছাসেৱী সংগঠনে এলানি স্বচ্ছতামূলক আৰু ফলমূলৰ বৃক্ষ ৰোপণৰ কার্যসূচী অনুষ্ঠিত কৰে৷ আৰম্ভণিতে উমানন্দ দেৱালয়ৰ সম্পাদক অনিল ভট্টাচার্যই…

১.৭৬ লাখ টকাসহ চাৰিজনক গ্রেপ্তাৰঃ পলাতক ৩

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো সক্রিয় হৈ আছে আন্তঃৰাষ্ট্রীয় জালনোট ব্যৱসায়ী চক্র৷ এই অসাধু চক্রটোৱে ৰাজ্যত অব্যাহত ৰাখিছে জালনোটৰ ৰমৰমীয়া বেহা৷ মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত কালি ওৰাঙত অভিযান চলাই নকল…

মহানগৰীত মৃত জীৱ–জন্তুৰ মাংসৰ বেহা

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীত এটা অসাধু চক্রই দীর্ঘদিন ধৰি হোটেল–ৰেষ্টুৰেণ্টত বেমাৰী গাহৰিৰ মাংস যোগান ধৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ খাদ্য সুৰক্ষা বিভাগৰ দুর্বলতাৰ সুযোগ লৈ এই অসাধু চক্রটোৱে মহানগৰীৰ…