নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্রৰ অৱবাহিকাৰে নামিব মহাপ্লাৱন

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ একবিংশ শতিকাৰ মানৱ সভ্যতালৈ গভীৰ সংকট নমাই অনা উষ্ণায়নৰ সাংঘাতিক প্রভাৱ পৰিছে পৃথিৱীৰ ‘তৃতীয় মেৰু’ হিন্দুকুশ হিমালয়ত৷ প্রায় চাৰে তিনি হাজাৰ কিলোমিটাৰজোৰা (২,১৭৫ মাইল) এই সুবিশাল পার্বত্য এলেকাই ভাৰত, বাংলাদেশ,…

ভাৰত–মার্কিন বাণিজ্য চুক্তি

ফার্ষ্ট লেডী মেলানিয়া ট্রাম্পসহ অহা ২৪ ফেব্রুৱাৰীত ভাৰতত উপস্থিত হ’ব বিশ্বৰ মহাশক্তিধৰ দেশ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ দুদিনীয়াকৈ নির্ধাৰিত হোৱা সপত্নীক মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ ভাৰত ভ্রমণসূচীয়ে বিভিন্ন দিশৰ পৰা গুৰুত্ব লাভ…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ আকস্মিক কোনো অর্থ ক্ষতি হ’ব পাৰে৷ ব্যৱসায়ত শুভ যদিও সৰু–সুৰা মতান্তৰ ঘটিব পাৰে৷ পাৰিবাৰিক শুভ বুলিব পাৰি৷ কর্মক্ষেত্রত আনৰ প্রিয়পাত্র হ’ব পাৰিব৷ পঢ়া–শুনাত শুভ৷ প্রেমত সফলতা৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷ বৃষঃ কর্মক্ষেত্রত নতুন যোগাযোগ…

‘ফিল্মফেয়াৰ বেপাৰীৰ অনুষ্ঠান’- VVIP হৈয়ো ফিল্মফেয়াৰ নোচোৱাকৈ উভতা সাংসদ বিশ্বজিত্‍ দৈমাৰীৰ ক্ষোভ !

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ "যেতিয়া মই ফিল্মফেয়াৰ অনুষ্ঠানলৈ গৈছিলো, মোৰ যিটো টিকট আছিল, সেয়া টাইমছ অৱ ইণ্ডিয়াৰ কৰ্মকৰ্তাসকলৰ দ্বাৰা ইচ্ছু কৰা নহয় বুলি ক'লে । তেতিয়া মই তেওঁলোকক ক'লো যে মোক এইটো টিকট দিয়ে নিমন্ত্ৰণ দিছে । কিন্তু বাৰে…

নৈৰ পৰা জীৱন্তে উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ পুনৰ ভাৰতীয় সেনাই পৰিচয় দিলে সাহসিকতাৰ। নিজৰ বীৰত্ব প্ৰদৰ্শন কৰি খৰস্ৰোতা নৈত পৰা এগৰাকী মহিলাক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাৰ দুই জোৱানে।           এই ঘটনা সংঘটিত হৈছে বৰপেটাত। বৰপেটাৰ নখন্দা নৈৰ ওপৰত থকা দলঙৰ…

মহানগৰীৰ ভঙাগড়ত ভয়ংকৰ অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ভঙাগড়ৰ ABCত ভয়ংকৰ অগ্নিকাণ্ড। 'COBB' নামৰ এখন ইটালিয়ান ব্ৰেণ্ডৰ বিপনীত অগ্নিকাণ্ডৰ সূত্ৰপাত। শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ সন্দেহ। ইতিমধ্যে ঘটনাস্থলীত ৫খনকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে…

পঞ্চম গৰাকী কন্যাৰ পিতৃ হ’ল ছাহীদ আফ্ৰিডি

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা অলৰাউণ্ডাৰ ছাহীদ আফ্ৰিডি পুনৰ এবাৰ পিতৃ হৈছে । তেওঁৰ পত্নী নাদিয়াই পঞ্চমগৰাকী কন্যাক জন্ম দিয়ে । এই খবৰ খেলুৱৈগৰাকীয়ে নিজৰ ইষ্টাগ্ৰাম একাউণ্টযোগে প্ৰকাশ কৰে । তেওঁ…

কলকাতাত মুকলি হ’ল নৱ নিৰ্মিত অসম ভৱন

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ অসমবাসীৰ বাবে সুখবৰ। কলকাতাত মুকলি হ'ল অসম ভৱন। ৰাজ্যৰ গড়কাপ্টানী বিভাগে ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা অসম ভৱনটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ মন্ত্ৰী ড০ হিমন্ত…

IPL 2020: প্ৰথম মেচতে চেন্নাই চুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ যুঁজ

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ ২০২০ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএলৰ ১৩ সংখ্যক সংস্কৰণৰ মেচসমূহৰ সম্পূৰ্ণ সময়সূচী প্ৰকাশ পাইছে । য'ত ২৯ মাৰ্চত মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত প্ৰথমখন খেল চেন্নাই চুপাৰ কিংছৰ সৈতে মুম্বাই ইণ্ডিয়ানছে খেলিব…

তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্রী হ’ল অৰবিন্দ কেজৰিৱাল; ৬ মন্ত্ৰীয়েও ল’লে শপত

নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ ৰাজধানী দিল্লীৰ ঐতিহাসিক ৰামলীলা মৈদানত আজি তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিলে আম আদমী পার্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ৷ দুপৰীয়া ১২.১৫ বজাত কেজৰিৱালৰ লগতে ৬ গৰাকী মন্ত্ৰীয়েও শপতগ্ৰহণ কৰে ।…