নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিল্মফেয়াৰ অনুষ্ঠানলৈ কিয় মতা নাছিল পাপনক ?

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ "পাপনক নিশ্চয়কৈ মতা হৈছিল । পাপনক মতা হোৱা নাছিল বুলি ক'লে ভুল হ'ব। কাৰণ নিমন্ত্ৰণ জনোৱা কাৰ্যটো হ'ল টাইমছ ইণ্ডিয়া গ্ৰুপৰ । যাকেই নিমন্ত্ৰণ কৰিছে সকলো টাইমছ ইণ্ডিয়া গ্ৰুপেই নিমন্ত্ৰণ কৰিছে । গতিকে আমাৰ পৰা…

ফিল্মফেয়াৰৰ পৰা অসমৰ লাভ হ’ল ১২ কোটি , কেনেকৈ ?

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ বহু প্ৰতীক্ষিত ৬৫ সংখ্যক ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত অসম চৰকাৰে খৰচ কৰা ২৩ কোটি টকাত লাভ হ'ল ১২ কোটি টকা । সোমবাৰে অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে । অসম…

ছত্তিশগড়-ঝাৰখণ্ড সীমান্তত নক্সালীৰ তাণ্ডৱ, পথ নিৰ্মাণ কৰা ৭ খন বাহনত অগ্নিসংযোগ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ ছত্তিশগড় আৰু ঝাৰখণ্ড সীমান্তত নক্সাল সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । চৰগুজা ৰেঞ্জৰ আইজিয়ে জনোৱা মতে সীমান্তৰ পথ নিৰ্মাণ চলি থকাৰ মাজতে আজি নক্সালীয়ে পথ নিৰ্মাণত ব্যৱহাৰ হোৱা ৭ খনকৈ বাহনত অগ্নিসংযোগ…

তৃতীয় বাৰৰ বাবে নিৰ্ভয়া কাণ্ডৰ চাৰি ধৰ্ষণকাৰীৰ ডেথ ৱাৰেণ্ট জাৰি; ৩ মাৰ্চত হ’ব ফাঁচী

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ সোমবাৰে দিল্লীৰ আদালতে তৃতীয় বাৰৰ বাবে নিৰ্ভয়া কাণ্ডৰ চাৰি ধৰ্ষণকাৰী– মুকেশ সিং, পৱন গুপ্তা, বিনয় শৰ্মা আৰু অক্ষয় ঠাকুৰৰ ডেথ ৱাৰেণ্ট জাৰি কৰিছে । সেই অনুসৰি নিৰ্ভয়া কাণ্ডৰ ৪ ধৰ্ষণকাৰীক অহা ৩ মাৰ্চৰ পুৱা ৬…

মিছন ১০০ ত উপনীত হ’ব বিজেপি

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ সোমবাৰে যোৰহাটত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টীৰ বিশেষ সাংগঠনিক সভাত উপস্থিত হৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আগন্তুক নিৰ্বাচনত লক্ষ্যত উপনীত হ'ব বুলি মন্তব্য কৰে । আগন্তুক ২১ ৰ বিধানসভা নিৰ্বাচনক লৈ…

নিয়ম অমান্য কৰা চিটীবাছৰ বিৰুদ্ধে অভিযান

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পৰিবহণ বিভাগে গুৱাহাটী মহানগৰীত চিটী বাছৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান । চালকসকলে ছীট বেল্ট নলগোৱা, গাড়ীৰ দৰ্জা বন্ধ নকৰা চৰকাৰী-বেচৰকাৰী বাছৰ বিৰুদ্ধে চলিছে এই অভিযান । এই…

কেতিয়াকৈ সম্পূৰ্ণ হ’ব কৃষক বন্ধুৰ সমাধিক্ষেত্ৰ ?

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ কৃষক বন্ধু সোণেশ্বৰ বৰাক আপোনাৰ নিশ্চয় মনত আছে । দহ বছৰ পূৰ্বে ইহলীলা সম্বৰণ কৰা এইগৰাকী কৃষক নেতা তথা প্ৰাক্তন মন্ত্ৰী সোণেশ্বৰ বৰাৰ সমাধিক্ষেত্ৰৰ নিৰ্মাণৰ কাম অৱশ্যে আজিলৈকে সম্পূৰ্ণ নহ'ল । মৃত্যুৰ পাঁচবছৰ…

কোন কোন দেশত ক’ৰোনা ভাইৰাছৰ ‘No Entry’! জানি হতবাক হৈছে খোদ বৈজ্ঞানিকো…

নিয়মীয়া বাৰ্তা, ১৭ ফেব্রুৱাৰীঃ চীনৰ উপৰি বিশ্বৰ বিভিন্ন দেশলৈ ক'ৰোনা ভাইৰাছৰ বিস্তাৰ ঘটিছে ৷ ইপিনে এতিয়ালৈকে হাজাৰৰো অধিক লোকৰ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে । স্মর্তব্য যে এই ভাইৰাছবিধৰ প্রতিৰোধী ছিটা উদ্ভাৱনৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ…

বাসুগাঁৱত কে এল অ’ কেডাৰ আটক

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ বাসুগাঁও ৰাজচাৰাঙত অস্ত্ৰসহ আটক এজন কে এল অ' সদস্য । সেনা আৰক্ষী যৌথ অভিযানত দেওবাৰে নিশা আটক কৰা হয় এইগৰাকী সদস্যক । চিত্ৰ বৰ্মন নামৰ এইজন সদস্যৰ পৰা দুটাকৈ অত্যাধুনিক পিষ্টলসহ কেইবাজাঁই সজীৱ গুলী…

যিটো কৈছোঁ সেইটোৱে হ’বঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা , ১৭ ফেব্ৰুৱাৰীঃ সোমবাৰে যোৰহাটত অনুষ্ঠিত হোৱা বিজেপিৰ বিশেষ সাংগঠনিক সভাত উপস্থিত থাকি অসম চৰকাৰৰ স্বাস্থ্য, শিক্ষা, বিত্ত আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগত নিৰ্বাচন সন্দৰ্ভত যিটো ফলাফল কৈছোঁ সেয়াই হ'ব বুলি…