নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব ল’লে অৰবিন্দ কেজৰিৱালে

নিয়মীয়া বাৰ্তা, ১৭ ফেব্রুৱাৰীঃ দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰাৰ এদিন পাছত অৰবিন্দ কেজৰিৱালে আজি দিল্লীৰ সচিবালয়ত কাৰ্যভাৰ গ্ৰহণ কৰে । উল্লেখ্য যে ঐতিহাসিক ৰামলীল মৈয়দানত দেওবাৰে আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী কেজৰিৱালৰ…

ফাগুনত স্বাস্থ্যৰ যতন

ডাঃ ৰেইনী দেৱী  ফোন ৯১০১৪২৭৮৯৭ বাৰ মাহৰ ভিতৰতফাগুনৰ এক সুকীয়া বৈশিষ্ট্য আছে৷ এই সময়ত জলবায়ুৰ যথেষ্ট পৰিৱর্তন হয়৷ পৰিৱেশ শুকান হৈ পৰে, ফেৰফেৰীয়া বতাহ বলে, কেতিয়াবা ধুমুহাও হয়৷ সেয়েহে ফাগুনৰ বতাহজাকক ‘ফাগুনৰ পছোৱা’ বুলিও কোৱা…

কিদৰে শক্তিশালী কৰিব পাৰি দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা

ডাঃ ইন্দুভুষণ শৰ্মা  ফোনঃ ৮৬৩৮৮৮৩২৩৬ চৌপাশে ক’ৰোনা ভাইৰাছৰ আতংক৷ চীন দেশত আৰম্ভ হোৱা এই ৰোগবিধে ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে৷ ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে মাজে মাজে আমাৰ সমাজত ফ্লুসদৃশ (জ্বৰ, কাহ, হাচি আদি লক্ষণযুক্ত)…

ৰিয়াধত চিগাৰেট সেৱনো ছৌদি যুৱতীৰ স্বাধীনতাৰ অংশ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্রুৱাৰীঃ ছৌদি যুৱৰাজ মহম্মদ বিন ছলমানে দেশখনত নাৰীৰ ওপৰত থকা নিষেধাজ্ঞা পর্যায়ক্রমে প্রত্যাহাৰ কৰিবলৈ লোৱা বিষয়টোক দেশখনৰ কঠোৰ ইছলামিষ্ট লোকসকলে সমালোচনা কৰিছে ৷ শেহতীয়াকৈ ছৌদি আৰবৰ ৰাজধানী ৰিয়াধৰ কাফেত মহিলাই মুকলিকৈ…

ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১,৬৬৫লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৭ ফেব্রুৱাৰীঃ মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১,৬৬৫গৰাকীলৈ বৃদ্ধি পাইছে যদিও একেৰাহে তৃতীয় দিনৰ বাবে ক’ৰোনাত সংক্রমিত লোকৰ সংখ্যা হ্রাস পোৱা বুলি ঘোষণা কৰিছে চীনে৷ আজি বেইজিং প্রশাসনে উল্লেখ…

ভাৰত–আমেৰিকাৰ মৈত্রীয়ে লাভ কৰিব নতুন পর্যায়

নিয়মীয়া বাৰ্তা, ১৭ ফেব্রুৱাৰীঃ জার্মানীৰ মিউনিখ চহৰত অনুষ্ঠিত হোৱা নিৰাপত্তা সন্মিলনৰ মাজতেই শনিবাৰে ভাৰতৰ বিদেশমন্ত্রী এছ জয়শংকৰ মিলিত হয় মার্কিন বিদেশ সচিব মাইক পম্পি’ আৰু নেনছি পেল’চিৰ সৈতে ৷ উল্লেখনীয় যে নেনছি পেল’চি হৈছে আমেৰিকাৰ নিম্ন…

বায়ু প্রদূষণ এতিয়া নতুন ৰোগৰ কাৰক

দীপক কুমাৰ দাস বায়ু প্রদূষণ মানৱ জাতিৰ বাবে ক্রমান্বয়ে অতি বিপজ্জনক হৈ গৈ আছে৷ বিশ্বজুৰি বায়ু প্রদূষণৰ বর্ধিতমাত্রাই মানৱ জীৱনৰ বাবে শংকা নমাই আনিছে৷ মানৱ সৃষ্ট কাৰণেই হওক, কিম্বা প্রাকৃতিক দুর্যোগৰ ফলতেই হওক, বায়ু প্রদূষণৰ নেতিবাচক…

অক্সিজেন মেন পংকজ কুমাৰ

গায়ত্রী মিশ্র ভাৰতৰ ৰাজধানী চহৰ দিল্লী৷ বেপাৰ–বাণিজ্য, শিক্ষা–দীক্ষা, স্বাস্থ্যখণ্ড, দেশৰ শীর্ষ কার্যালয়সমূহৰ অৱস্থিতিৰে দিল্লী ভাৰতৰ হূদপিণ্ডস্বৰূপ৷ আজিকালি বিভিন্ন কাৰণত দেশৰ ৰাজধানী চহৰখনলৈ নগ’লেই নহয়৷ পিছে দেশৰ হূদপিণ্ড স্বৰূপ এই…

দৃষ্টিনন্দনভাৱে ভ্রমি ফুৰা হাঁহবোৰ

ড০ লতিকা ডেকা হাঁহ আমি সকলোৱে সততে দেখি থকা এবিধ ঘৰচীয়া চৰাই৷ অসমৰ গ্রাম্য সমাজ জীৱনত প্রায়বোৰ পৰিয়ালতে হাঁহ বিৰাজমান৷ হাঁহ পুহি বহু পৰিয়াল পোহ যোৱাৰ উদাহৰণ আছে৷ প্রকৃতার্থত ঘৰচীয়া আৰু বনৰীয়া দুই প্রকাৰৰ হাঁহ পোৱা যায়৷ হাঁহে সাধাৰণতে…

বিলুপ্তিৰ পথত জহামাল

নাৰায়ণ বৰুৱা আজি কিছুদিনৰ আগলৈকে অসমৰ বনাঞ্চলসমূহত বিবিধ প্রাণী আৰু চৰাই–চিৰিকটি ব্যাপক হাৰত আছিল বুলি সকলোৱে জানে৷ কেৱল বনাঞ্চলেই নহয়, অসমৰ গ্রামাঞ্চলসমূহতো এসময়ত ব্যাপক হাৰত সৰু সৰু জীৱ–জন্তুবোৰ দেখিবলৈ পোৱা গৈছিল৷ এইবোৰৰ ভিতৰত…