আমাৰ কটন, প্রাণৰ কটন
অৰূপ কলিতা
সেই পাণবজাৰ, আমাৰ পাণবজাৰ৷ স্মৃতিৰ নিয়ৰ ফালি, সংকোচৰ সকলো কুঁৱলী ঠেলি যেতিয়াই মন যায় গুচি যাব পাৰোঁ আমাৰ পাণবজাৰলৈ, আমাৰ চিৰচিনাকি পাণবজাৰলৈ৷ আগষ্টৰ ঘর্মাক্ত দুপৰীয়াবোৰত, নৱেম্বৰৰ সেমেকা সন্ধিয়াবোৰত অথবা জানুৱাৰীৰ শীতে…