নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ভৰলু–বশিষ্ঠ–কলং আৰু উত্তৰ–পূবৰ ৬০খন নদীৰ কিয়দংশ প্রদূষণৰ কবলত

নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ দেশৰ ভিন্ন প্রান্তৰ ৩৫০তকৈও অধিক নদী প্রদূষিত হোৱাৰ তালিকাত উত্তৰ–পূবৰ ৬০খন নদীৰ কিয়দংশ ভয়াৱহ প্রদূষণৰ কবলত পৰাৰ তথ্য পোহৰলৈ আহিছে ৷ দিল্লীস্থিত চেণ্টাৰ ফ’ৰ ছায়েন্স এনভায়ৰনমেণ্টে (চি এ চি) প্রকাশ কৰা ৩০০…

পঞ্জাবত স্কুল ভান জ্বলি চাৰি শিশুৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ পঞ্জাবৰ সংগৰুৰত শনিবাৰে এক শোকাৱহ ঘটনাত চাৰিটি কণমানি শিশু ছাত্রৰ কৰুণ মৃত্যু হয় ৷ জিলাখনৰ লংগৱাল নগৰৰ সংগৰুৰত চিমৰন পাব্লিক স্কুলৰ ভান এখনে বিদ্যালয়ৰ পৰা ১২টিকৈ কণমানি ছাত্র–ছাত্রীক ঘৰলৈ ওভতাই লৈ যোৱাৰ সময়তে…

চন্দ্রপুৰত বন বিভাগৰ অভিযানঃ অবৈধ বালি মহল ছীল

নিয়মীয়া বাৰ্তা,  ১৬ ফেব্রুৱাৰীঃ ৰাজ্য চৰকাৰৰ বন বিভাগক ৰাজহ ফাঁকি দি ব্রহ্মপুত্রৰ বুকুত অবৈধভাৱে স্থাপন হোৱা খাদনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বন বিভাগ ৷ গুৱাহাটী বনাঞ্চলিক বিষয়া পংকজ কলিতাৰ নির্দেশমর্মে চন্দ্রপুৰ খণ্ড বন বিষয়া ধ্রুৱজ্যোতি শর্মাৰ…

বৰঝাৰ বিমানবন্দৰত ভয়ংকৰ বানৰ আশংকা

নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ মহানগৰীৰ আজাৰা থানাৰ অন্তর্গত মাজিৰগাঁও বৰুৱাপথাৰত ব্রহ্মপুত্রৰ বালিমাটি খননৰ বাবে জিলা প্রশাসন আৰু বন বিভাগে অনুমতি দিয়া বুলি প্রচাৰিত বাতৰিয়ে নৈপৰীয়া ৰাইজক আতংকিত কৰি তোলাৰ লগতে ৰাজ্য প্রশাসনতো তীব্র…

লিলি এবার্টৰ সোণৰ গলমণি আৰু এটুকুৰা ব্রেড

অৰ্ণৱ শইকীয়া মুখত এটি সৰল হাঁহি লৈ উত্তৰ লণ্ডনৰ এটি বিশেষ আৱাসৰ পৰা সমুখৰ ফুলনিখনলৈ ওলাই আহিল পঁচাশী বছৰীয়া বৃদ্ধাগৰাকী৷ কোমল ৰ’দ পৰি জিক্মিকাই উঠিছে ডিঙিৰ চেইনডালত ওলমি থকা সোণৰ গলমণিটো৷ বিশ্ব ইতিহাসৰ অব্যক্ত, অবর্ণনীয় এটি কৰুণতম…

৯৪ বছৰীয়া বৃদ্ধা মহিলাৰ তিনিজন প্রেমিক

মই যেতিয়াই অৱসাদ আৰু ক্লান্তি অনুভৱ কৰোঁ তেতিয়াই তলত লিখা সত্য কাহিনীটো স্মৰণ কৰোঁ ৷ মুহূর্ততে মই জীয়াই থকাৰ আনন্দ ঘূৰাই পাওঁ ৷ এগৰাকী ৯৪ বছৰীয়া আমেৰিকান মহিলাৰ কথা৷ বয়স ৯৪ বছৰ, কিন্তু তেওঁৰ কথা–বার্তা আৰু চাল–চলনত ফুটি উঠে যৌৱনসুলভ…

শিক্ষানুষ্ঠানতে ছাত্রৰ আত্মহত্যাক লৈ নগাঁৱত উত্তেজনাঃ পথ অৱৰোধ ৰাইজৰ

নিয়মীয়া বাৰ্তা,১৬ ফেব্রুৱাৰীঃ নগাঁও চহৰৰ এখন ব্যক্তিগত খণ্ডৰ আগশাৰীৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত শনিবাৰে এজন ছাত্রই শ্রেণীত পাঠদান চলি থকাৰ সময়তে আত্মহত্যা কৰা ঘটনাক লৈ উত্তেজনাৰ সৃষ্টি হয় ৷ ছাত্রজনে আত্মহত্যা কৰা ঘটনাৰ ন্যায় বিচাৰি নগাঁৱৰ…

৮টাকৈ উদ্ভাৱন ৰাষ্ট্রলৈ উছর্গা কৰিলে আইআইটি গুৱাহাটীয়ে

নিয়মীয়া বার্তা,১৬ ফেব্রুৱাৰীঃ ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীয়ে শুকুৰবাৰে নিশা আঠটাকৈ বিৰল উদ্ভাৱন ৰাষ্ট্রৰ প্রতি উছর্গা কৰিলে ৷ কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রীৰ জৰিয়তে উচ্চ শিক্ষাৰ প্রতিষ্ঠানখনে ৰাষ্ট্রৰ হিতৰ হকে সমর্পণ…

আজিৰ ৰাশিফল

মেষ - মনত উৎসাহ পাব৷ যোগাযোগত মন কৰিলে অনুকূলতা দেখা যায়৷ বন্ধু–বান্ধৱৰ পৰা কোনো সূত্রৰ সম্ভেদ পাব পাৰে৷ দৃঢ়তাৰে ব্যক্তিগত কামত আগুৱাব পাৰিব৷ দাম্পত্যত শুভ৷ বগা শুভ ৰং, ৮ শুভ সংখ্যা৷ বৃষ - মনটো গধুৰ গধুৰ লাগিব৷ চৰকাৰী কর্মচাৰীসকলৰ দুই–এটা…

কিয় জুবিন গাৰ্গে আলিংগন কৰিলে মুখ্যমন্ত্ৰীক ?

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ ৬৫ সংখ্যক ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত হৈ শনিবাৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আলিংগন কৰে । মুখ্যমন্ত্ৰী গৰাকীক আলিংগন কৰাৰ এই দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ…