নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানী তুলিবলৈ গৈ কুঁৱাত পৰি মৃত্যু এগৰাকী মহিলা

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ মহানগৰীৰ দিছপুৰ লাষ্টগেটত সংঘটিত হৈছে এক কৰুণ ঘটনা। পদপথত পাণ-তামোলৰ দোকান দি জীৱিকা নিৰ্বাহ কৰা বাসন্তী চৌধুৰী নামৰ এগৰাকী মহিলাৰ কৰুণ মৃত্যু। কুঁৱাৰ পৰা পানী তুলিবলৈ গৈ কুঁৱাৰ ভিতৰত সোমাই পৰে প্ৰায়…

কিয় আত্মহত্যা কৰিলে মাৰ্চী বৰাই?

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ প্ৰায় দুমাহৰ আগতে এগৰাকী ন কইনাৰ বিয়াৰ দিনা কৰা নৃত্যৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছিল। এই যুৱতীগৰাকীৰ নৃত্যই সকলোকে মোহিত কৰিছিল নৃত্যৰ মাজেৰে স্বামীৰ আশীষ লৈছিল ন কইনা মাৰ্চী বৰুৱাই। কিন্তু সেয়া সুখ যেন ক্ষণিকৰ…

শক্তিপীঠ কামাখ্যাত বলীউড তাৰকা

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ ফিল্মফেয়াৰ এৱাৰ্ডছৰ বাবে অসমলৈ অহা বলীউড তাৰকাই আজি আশীষ লোৱা দেখা গ'ল মা কামাখ্যা ধামত । শুকুৰবাৰে গুৱাহাটীত উপস্থিত হোৱা বলীউড তাৰকা বৰুণ ধাৱন , আয়ুস্মান খুৰানা আৰু প্ৰযোজক-পৰিচালক কৰণ জোহৰ শনিবাৰে পুৱাই…

শীত আৰু শেতেলীক কাটি কৰি বিমানবন্দৰত ভিৰঃ মাজনিশা গুৱাহাটী পালেহি অক্ষয় কুমাৰ-ভূমি পেডনেকাৰ

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ গুৱাহাটী তাৰকা-মহাতাৰকাৰ খদমদম । মায়ানগৰীলৈ পৰিণত হৈছে এতিয়া গুৱাহাটী । আজি অনুষ্ঠিত হ'বলগীয়া ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডৰ বাবে গুৱাহাটীত শুকুৰবাৰে উপস্থিত হয়হি বহুকেইজন তাৰকা । শুকুৰবাৰে মাজনিশা প্ৰায় ১.৩০…

উত্তৰ গুৱাহাটীত পিতনিত সোমালগৈ ছুইফট্ ডিজায়াৰঃ নিহত ৩

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ উত্তৰ গুৱাহাটীৰ জয়গুৰুত শোকাৱহ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পিতনিত সোমোৱাৰ পাচতেই এগৰাকী যুৱতী সহ তিনিজনে সাৱটি ল'বলগীয়া মৃত্যুক । AS 01 BN 1574 নম্বৰ বাহনখন পুৱতি নিশা প্ৰায় তিনি মান বজাত পতিত হয়…

নৰ্থ-ইষ্ট ডিভা বিজয়ী মালশ্যা কাশ্যপে কঢ়িয়াই আনিছে সুখবৰ

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ অসমবাসীলৈ পুনৰ সুখবৰ কঢ়িয়াই আনিছে ২০১৯ বৰ্ষৰ নৰ্থ-ইষ্ট ডিভাৰ বিজয়ী মালশ্যা কাশ্যপে। সৰ্বভাৰতীয় প্ৰতিযোগিতা লিভা মিছ ডিভা ২০২০ত মালশ্যা কাশ্যপৰ তৃতীয়টো খিতাপ দখল। মিছ নেছলেল কষ্টিউম খিতাপ দখল কৰিবলৈ সক্ষম হয়…

পাইকাৰী মুদ্রাস্ফীতি ৩.১ শতাংশলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ ভাৰতৰ বার্ষিক মুদ্রাস্ফীতিৰ হাৰ ক্রমাৎ বৃদ্ধি পাইছে৷ খুচুৰা মুদ্রাস্ফীতি যোৱা জানুৱাৰী মাহত ৭.৫৯ শতাংশলৈ বৃদ্ধি পোৱাৰ পাছত এইবাৰ পাইকাৰী মুদ্রাস্ফীতিও জানুৱাৰী মাহত ৩.১০ শতাংশলৈ বৃদ্ধি পালে৷ যোৱা বছৰ ডিচেম্বৰত…

ফিল্মফেয়াৰঃ বিমানবন্দৰ পালেহি গোবিন্দা

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ বলীউডৰ তাৰকাৰে এতিয়া ভৰি পৰিছে মহানগৰী গুৱাহাটী । শুকুৰবাৰে বহুকেইজন চেলিব্ৰেটিয়ে গুৱাহাটীত পদাপৰ্ন কৰাৰ পাচত আজি পুৱাই গুৱাহাটীত উপস্থিত হয়হি বলীউডৰ বিশিষ্ট অভিনেতা গোবিন্দা । বিমানবন্দৰৰ পৰা পোনে পোনে…

গোৱালপাৰাৰ আগিয়াত বাছ দুৰ্ঘটনাঃ আহত ১০ তকৈ অধিক

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ শনিবাৰে পুৱাই গোৱালপাৰাৰ অগিয়াত সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা । এখন যাত্ৰীবাহী বাছে ডাম্পাৰক অতিক্ৰম কৰিবলৈ গৈ বাগৰি পৰিল পথৰ কাষত । ধুবুৰীৰ পৰা গুৱাহাটীলৈ আহি থকা বাছখন দুৰ্ঘটনা পতিত হোৱাৰ ফলত আহত হয় ১০ জনতকৈ…

ক’ৰোনাৰ বাতৰি পোহৰলৈ অনা চীনৰ দুই সাংবাদিক সন্ধানহীন

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ বিশ্বজুৰি শংকাৰ সৃষ্টিকাৰী ক’ৰোনা ভাইৰাছৰ বাতৰি পৰিৱেশন কৰা চীনৰ দুগৰাকী সাংবাদিক সন্ধানহীন হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ দেশখনৰ য়ুহান প্রদেশত উদ্ভৱ ঘটা ক’ৰোনা ভাইৰাছৰ বাতৰি প্রচাৰ কৰি চীনৰ চৰকাৰে লোৱা…