নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ বছৰে শাসন কৰা হাগ্রামাৰ পৰিৱর্তন বিচাৰিছে বিটিআৰৰ জনতাই

নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ বিটিচি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত অঞ্চলটোৰ জনতাৰ যি ধৰণে সমস্যা সমাধান হ’ব লাগিছিল, সেয়া হোৱা নাই ৷ দুটামান অট্টালিকা হৈছে যদিও প্রকৃততে সেয়া যথেষ্ট নহয়৷ ইয়াৰ বাবে বি টি আৰৰ লোকে বর্তমানৰ বিটিচিৰ শাসকৰ…

হাস্পতালতে সোধা–পোছা বন বিষয়া অভিজিৎ ৰাভাক

নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ ৰাজ্যৰ বনজ সম্পদ ধ্বংস কৰি কোটি কোটি টকা আহৰণ কৰা বন বিষয়া অভিজিৎ ৰাভা বর্তমানো হাস্পতালত চিকিৎসাধীন হৈ থকাত ভালদৰে জেৰা কৰিব পৰা নাই তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই ৷ দুর্নীতি নিবাৰক শাখাৰ এক সূত্রই জনোৱা…

ক’ৰোনা আতংকঃ ডিব্রুগড়ত মালয়েছিয়াৰ পৰা অহা ব্যক্তিক এএমচিত ভর্তি

নিয়মীয়া বাৰ্তা , ১৬ ফেব্রুৱাৰীঃ চীনৰ লগতে ২০খনৰো অধিক দেশত ভয়ংকৰভাৱে সংক্রমিত ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ সন্দেহত শনিবাৰে ডিব্রুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ টিবি ৱার্ডৰ এক বিশেষ আছুতীয়া কক্ষত চহৰখনৰ শান্তিপাৰাৰ এজন ৪৫ বছৰীয়া লোকক ভর্তি…

নকলত বাধা দিয়াৰ বাবেই কৰিমগঞ্জত ভাঙিলে পৰীক্ষা কেন্দ্রৰ বিষয়াৰ গাড়ী

নিয়মীয়া বার্তা,১৬ ফেব্রুৱাৰীঃ নকল কৰিবলৈ নিদিয়া বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দ্বিতীয় দিনা লংকাকাণ্ড সংঘটিত হ’ল কৰিমগঞ্জৰ এটা পৰীক্ষা কেন্দ্রত ৷ অসৎ উপায় অৱলম্বন কৰা ৫ ছাত্র–ছাত্রীক বহিষ্কাৰ কৰাৰ পাছত একাংশই পৰীক্ষা কেন্দ্রটোৰ…

ভিভাণ্টাত নিৰামিষ অসমীয়া আহাৰৰ জুতি ল’লে ছুপাৰষ্টাৰ অক্ষয়ে

নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠান উপলক্ষে অসমলৈ আগমন ঘটিছে ইজনৰ পাছত সিজন বলীউডৰ তাৰকা শিল্পীৰ ৷ কেইটামান দিনৰ বাবে যেন মায়ানগৰীত পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ পঞ্চতাৰকা হোটেলসমূহ এতিয়া সাধাৰণ ৰাইজৰ আকর্ষণৰ…

ছুপ্রিম ক’ৰ্টত ইনাৰ লাইন পার্মিটৰ আবেদন আটাছুৰ

নিয়মীয়া বাৰ্তা,১৬ ফেব্রুৱাৰীঃ ১৮৭৩ চনৰ বেংগল ইষ্টার্ন ৰেগুলেচন ফ্রণ্টিয়াৰৰ শেহতীয়া সংশোধনীক অসাংবিধানিক ঘোষণা কৰি অসমতো ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা প্রৱর্তনৰ আবেদনেৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সদৌ তাই আহোম ছাত্র সন্থা (আটাছু) ৷ বেংগল…

ফিল্মফেয়াৰত অসমৰ বর্ণাঢ্য সংস্কৃতিৰ চমক

নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ এক বর্ণিল সন্ধিয়াত সপোনপুৰীত পৰিণত হ’ল সৰুসজাই ষ্টেডিয়াম ৷ ‘মায়ানগৰী’ৰ মায়াত মছগুল হৈ পৰিল গুৱাহাটীৰ সহস্রাধিক চিত্রপ্রেমী ৷ ৬৫সংখ্যক ফিল্মফেয়াৰ এৱার্ডত শনিবাৰে বলীউডৰ তাৰকা–মহাতাৰকাই সৰুসজাইৰ আটকধুনীয়া মঞ্চৰ…

ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত উপস্থিত হৈ কি ক’লে জুবিন গাৰ্গে ?

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ বহু প্ৰতীক্ষাৰ অন্তত আজি সন্ধিয়া সৰুসজাইত অনুষ্ঠিত হৈছে বৰ্ণাঢ্য অভিজাত ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান । বলীউডৰ তাৰকা-মহাতাৰকা সমাহাৰে উজলি উঠিছে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ চৌহদ । ইপিনে এই বঁটা প্ৰদান…

ফিল্মফেয়াৰলৈ দৰ্শকৰ সঁহাৰি, ৰংমন পইণ্টৰ পৰা দৰ্শকৰ ভিৰ

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ সৰুসজাই ষ্টেডিয়ামত দৰ্শকৰ লানি নিছিগা ভিৰ। সকলোৱে পচন্দৰ তাৰকাগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ হেতা-ওপৰা। কোনোবাই যদি বৰুণ ধাৱন কোনোবাই আকৌ অক্ষয় কুমাৰ, মাধুৰী, বিকি কৌশল আৰু ৰণবীৰ সিঙক চাবলৈ উপস্থিত  ফিল্মফেয়াৰ…

উছেইন বল্টৰ অভিলেখ ভংগ কৰা ভাৰতীয়জন কোন?

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ কৰ্ণাটকৰ এজন যুৱক সম্প্ৰতি ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে। দৰাচলতে ছচিয়েল মিডিয়াৰ দাবী অনুসৰি যুৱক জনে ১০০ মিটাৰ দৌৰ মাত্ৰ ৯.৫৫ ছেকেণ্ডত অতিক্ৰম কৰিছে লগতে যুৱকজনে উছেইন বল্টৰ অভিলেখ ভংগ কৰিছে। কৰ্ণাটকৰ যুৱক…